• আজি পহিলা ফাগুন! মুঠি মুঠি ৰং লৈ ফাগুন আহিছে আশাৰ বতৰা লৈ

    জীৱন শৈলী
    আজি পহিলা ফাগুন! মুঠি মুঠি ৰং লৈ ফাগুন আহিছে আশাৰ বতৰা লৈ
    ডিজিটেল ডেস্কঃ আজি পহিলা ফাগুন। কুৱলীৰ আৱৰণ আঁতৰাই ধৰালৈ নামিল মন মতলীয়া কৰা প্ৰকৃতিৰ অনন্য ৰূপ ফাগুন।

    এই ফাগুনতেই প্ৰকৃতিৰ গছ-বিৰিখে পাত সলাই ন-কুঁহিপাত মেলে। প্ৰাণ পাই উঠিছে পলাশ, শিমলু, মদাৰে। ন-ফুলৰ সুবাসে শোভা বঢ়াইছে চৌদিশে। 

    ফাগুনক লৈয়ে বহু কবিৰ কলমত নিগৰিছে কবিতা। ফাগুনেই হʼল গীত সৃষ্টিৰ প্ৰেৰণা গীতিকাৰ, সুৰকাৰৰ।

    ফাগুন মানেই উন্মনা মন, ফাগুন মানেই বাউলী এজাক বতাহ। ফাগুনৰ মলয়াই চুই যায় সকলোকে। এই ফাগুনেই বতৰা দিয়ে চেনেহৰ বহাগৰ।

    ফাগুনৰ আগমনে মনবোৰ কৰি তুলিছে উতনুৱা। ফাগুন মানেই যেন ৰং। ফাগুন মানে ৰঙেৰে ৰঙীন হোৱা এটা মাহ। মদাৰ, পলাশ, শিমলুৱে কঢ়িয়াই আনিছে প্ৰেমৰ খবৰ। ধূলিয়ৰি বাটে ফাগুন অহাৰ খবৰ আনিছে। এয়া পদূলিত হেঁপাহৰ ফাগুন৷

    উৎস- দৈনিক জনমভূমি
    sv388sv388sabung ayam onlinesv388live casinosv388slot server thailandagen sabung ayamlive casino Onlinescatter hitamhongkong poolslive casino onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive casino onlinesitus slot gacorlive casino onlinesabung ayam onlinesbobet88slot gacor malam iniINDOJAWA88INDOJAWA88sabung ayam onlinesabung ayam onlinesv388agen casino onlinesv388live baccarat onlineINDOJAWA88INDOJAWA88sv388INDOJAWA88INDOJAWA88sv388live casino onlinesv388live casino onlinemix parlay sbobetcasino onlinesabung ayam onlinesv388sv388live casino onlinesbobet88sv388sv388sv388live casino onlinesabung ayam onlineslot777slot gacoragen casino online