আঞ্চলিক
ডিজিটেল ডেস্ক : ভাত হ’ল ভাৰতীয়
লোকৰ প্ৰধান খাদ্য। ইয়াক ৰান্ধিবলৈও বৰ সহজ আৰু খাবলৈও অত্যন্ত খোৱাদ, সেয়েহে দেশৰ
বেছিভাগ লোকে ভাত খাই ভালপায়। ঠাই বিশেষে বহু লোকে বিভিন্ন ধৰণে ভাত ৰন্ধন পদ্ধতি
বেলেগ বেলেগ হয়।
উল্লেখ্য যে, ভাত অৰ্থাৎ চাউলত
কাৰ্বহাইড্ৰেট বা চেনি প্ৰচুৰ পৰিমাণে থাকে। ইয়াৰ উপৰি চাউলত কেলছিয়াম, পটাছিয়াম
আৰু মেগনেছিয়ামো থাকে। সেয়েহে ভাতত কাৰ্বহাইড্ৰেট অধিক পৰিমাণে থাকে বাবে শৰীৰত শক্তি
বৃদ্ধি হয়। কাৰণ কাৰ্বহাইড্ৰেটৰ পৰা শক্তিৰে আমি জীৱনৰ সকলো কাম কৰো। ভাতত থকা কাৰ্বহাইড্ৰেটে
এক বেলেগ মাত্ৰাত শক্তি সৃষ্টি কৰে, যি পেটৰ বাবে অত্যন্ত ভাল আৰু সহজে হজম হোৱাত সহায়ক
হয়। ইয়াৰ ফলত পেটৰ বিষ আৰু হজম ক্ষমতা শক্তিশালী কৰে।
Leave A Comment