• দিনটো কেনে যাব? আজিৰ ৰাশিফল চাওঁ আহক

    জীৱন শৈলী
    দিনটো কেনে যাব? আজিৰ ৰাশিফল  চাওঁ আহক
    দিনটো কেনে যাব? আজিৰ ৰাশিফল  চাওঁ আহক

    ১৩/০৯/২৪, শুকুৰবাৰ

    মেষ : মাতৃস্থান শুভ। কোনো কর্মত আনন্দ পাব৷ হঠাৎ অর্থ লাভৰ আশা কৰিব পাৰে৷ পিতৃৰ শৰীৰ বেয়া নহ’ব৷ শুভ সংখ্যা ৯।

    বৃষ : ক্রমে দিনটো কিছু বাধাৰ মাজেদি পাৰ হ’ব লাগিব৷ খৰচ বৃদ্ধি পাব৷ কিছুমান দুর্ভাৱনাই লগ ধৰিব পাৰে৷ সেয়েহে আজি ৰাতি নিৰামিষ আহাৰ গ্রহণ কৰিব৷ শুভ সংখ্যা ২৷

    মিথুন : দূৰ যাত্রাদিত বাধা, পৰাপক্ষত অতিপাত পৰিশ্রম বর্জন কৰক৷ বিদ্যা, কর্মস্থান, দাম্পত্যত পূর্বানুৰূপ৷ শুভ সংখ্যা ৪৷

    কৰ্কট : পুৰণা বন্ধুৰ লগত সাক্ষাতৰ সম্ভাৱনা আছে৷ আর্থিকত মজলীয়া ফল পাব৷ বিদ্যাত মধ্যম৷ ব্যৱসায়ত উন্নতিৰ যোগ৷ শুভ সংখ্যা ৪৷

    সিংহ : আপোনাৰ ধন ব্যয় হব পাৰে। প্ৰিয়জনৰ লগত আজি ভাল ব্যৱহাৰ কৰক। আত্মীয়ৰ সৈতে সময় অতিবাহিত কৰক। শুভ সংখ্যা ১।

    কন্যা : দিনৰ আৰম্ভণিৰ পৰা শেষলৈকে নিজৰ শক্তিৰ কম অনুভৱ নকৰিব। পাৰিবাৰিক বিবাদৰ বাবে আজি আপোনাৰ বৈবাহিক জীৱন বহুত প্ৰভাৱিত হব পাৰে। ধন লাভ। শুভ সংখ্যা ৩।

    তুলা : বিদ্যার্থীৰ বাবে আজি দিনতো ভালেই দেখা যায়৷ কর্তব্যত আগ্রহ বাঢ়িব৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত গুৰুতৰ একো সিদ্ধান্ত নোলোৱাই ভাল৷ শুভ সংখ্যা ৯৷

    বৃশ্চিক : উন্নত পৰিৱেশ৷ ঘৰুৱা দিশত ভাল ফল পোৱাৰ আশা কৰিব পাৰে৷ কর্মক্ষেত্রত উচ্চপদস্থ বিষয়াৰ সৈতে মতান্তৰৰ সম্ভাৱনা৷ যাত্রা শুভ৷ শুভ সংখ্যা ৫৷

    ধনু : অধিক পোৱাৰ মনোভাৱ পৰিহাৰ কৰাটো ভাল হ’ব। পৰিয়ালৰ সদস্য সকলৰ সৈতে সৰু কথাক লৈ বহু ডাঙৰ বিবাদ এখনৰ সৃষ্টি কৰিব পাৰে। শুভ সংখ্যা ৭।

    মকৰ : সু–সংযোগ লাভৰ যোগ৷ আর্থিকত মজলীয়া ফল পাব৷ দায়িত্বপূর্ণ কর্মৰ ক্ষেত্রত সচেতন হওক৷ আজি আপুনি পুৱা বিষ্ণু মন্দিৰত পূজা কৰিব৷ শুভ সংখ্যা ১৷

    কুম্ভ : আর্থিক চিন্তা থাকিব৷ প্রাপ্য ধন পোৱাৰ চেষ্টাও ব্যর্থ হ’ব পাৰে৷ ধর্মীয়ানুষ্ঠানত যোগদানৰ সম্ভাৱনা আছে৷ কর্মত অৱশ্যে খ্যাতি থাকিব৷ শুভ সংখ্যা ৮৷

    মীন : কর্মাদিনত হঠাৎ ব্যস্ততা বাঢ়িব৷ শাৰীৰিক দিশত ভালেই যাব৷ ব্যৱসায়ত উন্নতিৰ চেষ্টাত সফল হ’ব৷ পূর্বদিশে যাত্রা কৰিলে সুফল পাব৷ শুভ সংখ্যা ৬৷