• আজিৰ দিনটোৰ ৰাশিফল চাওঁ আহক

    জীৱন শৈলী
    আজিৰ দিনটোৰ ৰাশিফল চাওঁ আহক
    আজিৰ দিনটোৰ ৰাশিফল চাওঁ আহক

     ১৫/০২/২৪, বৃহস্পতিবাৰ


    মেষ : শত্ৰু পৰাভূত হ’ব। মাংগলিক চিন্তাত ব্ৰতী। খৰচ বৃদ্ধিৰ যোগ। ৰোগ আঁতৰিব। শুভ সংখ্যা ৪।

    বৃষ :  আত্মীয়ৰ সংযোগ। আত্মীয়ৰ পৰা ভাল খবৰ পোৱাৰ সম্ভাৱনা। খৰচ বৃদ্ধি। যান-বাহনৰ পৰা সাৱধান। শুভ সংখ্যা ৭।

    মিথুন : অনেক জ্ঞানৰ সুযোগ পাব। কোনো মাংগলিক কৰ্মত যোগদান। ৰাজনৈতিক সচেতনতা বৃদ্ধি। শিৱ মন্দিৰত চাকি দিয়ক। শুভ সংখ্যা ৯।

    কৰ্কট : বস্তুবাদী লোকে জনপ্ৰিয়তা হেৰুৱাব পাৰে। কৰ্মক্ষেত্ৰত সাৱধান। আনক প্ৰশংসা কৰক। বিদ্যাত আনন্দ। শুভ সংখ্যা ৩।

    সিংহ : আত্মবিশ্বাসে সহায় কৰিব। যোগাযোগত উন্নতি। শুভ ৰং গুলপীয়া। গৃহ নিৰ্মাণৰ চিন্তা। ৰহস্য ভেদ কৰিব পাৰিব। শুভ সংখ্যা ৮।

    কন্যা : মনত কোনো চঞ্চলতা আৰু উদাস ভাব নাৰাখিব। ধূমপান-সুৰা সেৱনৰ পৰা আঁতৰি থাকক।  মানহানি হ'ব পাৰে। শুভ সংখ্যা ৫।

    তুলা : সুনাম, কৃতিত্বৰ লাভৰ যোগ। কাম-কাজত বেমেজালি আঁতৰিব। শুভ ৰং কমলা। সমাজৰ কামত দৃঢ়তা। শুভ সংখ্যা ১।

    বৃশ্চিক : আশা পূৰণৰ সংকেত। আনক আপদ বুলি নধৰিব। শুভ ৰং গোলাপী। সংঘাত আঁতৰিব। শুভ সংখ্যা ৬।

    ধনু : কৃতিত্ব লাভৰ যোগ। কোনো কথাত ধৈৰ্য্যৰ প্ৰয়োজন হ’ব। প্ৰদূষণে কষ্ট দিব পাৰে। কুকুৰ-বান্দৰৰ পৰা সাৱধান। শুভ সংখ্যা ৩।

    মকৰ : খং, ক্ষোভ, চঞ্চলতা এৰাই চলক। মধুমেহ, ৰক্তচাপ বৃদ্ধি হ’ব পাৰে। প্ৰতিৱেশীৰ পৰা কষ্ট পাব। শুভ সংখ্যা ২।

    কুম্ভ : কৰ্মত অনামনা নহ’ব। সুস্থিৰ চিন্তাত ব্ৰতী থাকক। শুভ ৰং মেৰুণ। মিছা নক’ব। ভ্ৰমণৰ যোগ। শুভ সংখ্যা ১।

    মীন : সামাজিক সক্ৰিয়তা বৃদ্ধি পাব। পৰকীয়া প্ৰেমত লিপ্তসকলৰ মানহানি। আৱেগ বৰ্জন কৰক। শিৱ ধ্যান কৰক। শুভ সংখ্যা ৫।