১৭ আগষ্ট, ২০২২, বুধবাৰ
মেষ ৰাশি – কথা-বতৰা, ব্যবহাৰত মধুৰতা প্ৰকাশ পাব। দুৰ্যোগ আতৰিব। ক্ৰীড়া ক্ষেত্ৰত সুখ্যাতি। প্ৰেমত শান্তি
বৃষ ৰাশি – কৰ্তব্যৰ প্ৰতি নিষ্ঠা, দায়বদ্ধতা প্ৰকাশ পাব। কবি-সাহিত্যিক-শিল্পীৰ সুখ্যাতি। দুৰ্ঘটনাৰ আশংকা।
মিথুনৰাশি – মনত বহু প্ৰশ্ন বা অভিমানৰ উদ্ৰেক ঘটিব। শৰীৰৰ প্ৰতি নজৰ ৰাখিব। প্ৰেমত শংকা।
কৰ্কট ৰাশি– কামৰ হেঁচা বাঢ়িব। আপোনাৰ সহজ সৰল স্বভাৱৰ আনে সুযোগ লব। শত্ৰু কমিব।
সিংহ ৰাশি – কাম কাজ আগবাঢ়িব। সততা প্ৰধান অস্ত্ৰ। স্বাস্থ্যৰ উন্নতি। টকাৰ প্ৰয়োজন অধিক হ'ব।
কন্যা ৰাশি– আনৰ প্ৰিয়ভাজন হ'ব। প্ৰেমত শুভ। আত্মবিশ্বাস বাঢ়িব। ভ্ৰমণৰ সুযোগ। ক্ৰোধ বৃদ্ধি পাব।
তুলাৰাশি – ঘৰুৱা অশান্তি। খঙৰ ওপৰত সংযম ৰাখক। গুৰুতৰ সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা ।
বৃশ্চিক ৰাশি – কৰ্মত উন্নত। শুভ বাৰ্তাৰ সংযোগ। যোগ্যতা অনুসৰি উচিত ফল লাভ। সন্তানৰ চিন্তা বৃদ্ধি।
ধনু ৰাশি – চিত্ৰকৰৰ সুখ্যাতি। কৰ্তব্যৰ প্ৰতি নিষ্ঠা। কোনো আত্মীয়ৰ ফালৰ পৰা দুঃসংবাদ পাব পাৰে।
মকৰ ৰাশি – পৰিয়ালৰ প্ৰতি দ্বায়বদ্ধতা বৃদ্ধি। নতুন বাৰ্তা লাভৰ সংকেত। ভগ্ন স্বাস্থ্য। জীৱন সংগীৰ ফালৰ পৰা কোনো শুভ সংবাদ পাব।
কুম্ভৰাশি – জেদ ভাৱ এৰাই চলিব। আত্মীয়ৰ সৈতে মনোমালিন্যৰ সম্ভাৱনা। ক্ৰোধ সম্বৰণ কৰক, কথা বতৰাত সাৱধান হওক।
মীন ৰাশি – কৰ্মত অন্যমনস্ক নোহোৱাটো শ্ৰেয়। অশুভ সংবাদৰ সম্ভাৱনা। পেটৰ সমস্যা হব পাৰে। খং কমাওক। প্ৰেমত জটিলতা।
Leave A Comment