২১ জুন ২০২২, মঙলবাৰ
১. মেষ ৰাশি- আজিৰ দিনটোত কৰ্মক্ষত্ৰত উন্নতি হ'ব৷ কৰ্মব্যস্ততা হ'ব। ভ্ৰমণত বাধা। সংসাৰত অশান্তি।
২. বৃষ ৰাশি -বন্ধুৰ সৈতে মিলন। পতি-পত্নীৰ সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়। শৰীৰ সুস্থ। প্ৰেমত মধুৰতা।
৩. মিথুন ৰাশি- ভ্ৰমণৰ নকৰিব। কৰ্মত অশুভ। মনৰ আশা পূৰণ৷ বন্ধুৰ সৈতে সংঘাত।
৪. কৰ্কট ৰাশি -শুভ খবৰ লাভ কৰিব৷ ভোজনৰ নিমন্ত্ৰণ লাভ কৰিব। প্ৰেমত শুভ। শৰীৰ ভালে নাথাকিব। বিদ্যাত শুভ।
৫. সিংহ ৰাশি - কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ ব্যৱসায়ত শুভ হ'ব। মানসিক অশান্তি বাঢ়িব। প্ৰেমত অশান্তি।
৬. কন্যা ৰাশি - ধনৰ আগমন৷ মিছা অপবাদ পাব। প্ৰেমত শান্তি। বিদ্যাৰ্থীৰ শুভ। ভ্ৰমণত শুভ।
৭. তুলা ৰাশি - ধন খৰচ হ'ব৷ মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়। প্ৰেমত মিলনৰ যোগ। মৰম লাভ।
৮. বৃশ্চিক ৰাশি - আপোনজনে দুখ দিব। মনৰ আশা ভংগ। আজি আপুনি কৰ্মক্ষত্ৰত সজাগ হোৱাটো ভাল হ'ব। ব্যৱসায়ক লৈ চিন্তা।
৯. ধনু ৰাশি - আজিৰ দিনটোত কৰ্মক্ষেত্ৰত শুভ। প্ৰতাৰণাৰ সন্মুখীন হোৱাৰ পৰা বাচিব। দেহৰ বিষ হ'ব। মনত অস্থিৰতা।
১০. মকৰ ৰাশি- বন্ধুৰ সৈতে কাজিয়া। মনৰ এলাহ বাঢ়িব। স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব। প্ৰেমত সন্দেহ।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সুনাম হ'ব৷ সজাগ নহ'লে কিবা চুৰি হ'ব পাৰে। মনৰ আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। ব্যৱসায়ত মিশ্ৰিত ফল।
১২. মীন ৰাশি- মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কাম বাঢ়িব৷ সামান্য অশান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।প্ৰেমত শুভ। মাতৃৰ স্বাস্থ্য শুভ।
Leave A Comment