• আজি সোমবাৰ! দিনটো কেনে যাব জানিবলৈ ৰাশিফল চাওঁ আহক

    জীৱন শৈলী
    আজি সোমবাৰ! দিনটো কেনে যাব জানিবলৈ ৰাশিফল চাওঁ আহক
    ২১ অক্টোবৰ ২০২৪, সোমবাৰ

    মেষ ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলে সকলো ক্ষেত্ৰতে ভাল ফল লাভ কৰিব। শিক্ষা, স্বাস্থ্য, কৰ্ম আদিত শুভ । প্ৰেমৰ ক্ষেত্ৰত নতুন দুৱাৰ খোল খাব৷ বিবাহিতসকলৰ বাবে শুভ সপ্তাহ।

    বৃষ ৰাশি : প্ৰেমত ভাল। কেৱল উচ্চ শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অকমান বাধা আহিব পাৰে। কৰ্মজনিত কোনো ভ্ৰমণ হ'ব পাৰে। বন্ধুত্বৰ সম্পর্কৰ ক্ষেত্ৰত অকমান দূৰত্ব আহিব পাৰে। বৈবাহিক সম্পৰ্ক ভালে থাকিব।

    মিথুন ৰাশি : সকলো ক্ষেত্ৰতে শুভ। ছাত্ৰ-ছাত্ৰীসকলে অলপ বাধাৰ সন্মুখীন হ'ব পাৰে। কৰ্ম, প্ৰেম আদিত ভাল ফল লাভ কৰিব।

    কৰ্কট ৰাশি :দিনটো মধ্যমীয়া। কৰ্মস্থানত উন্নতি, উচ্চপদ লাভৰ যোগ৷ ব্যৱসায়ৰ ক্ষেত্ৰত নতুন কোনো যোগাযোগ আহিব পাৰে।

    সিংহ ৰাশি : এই সপ্তাহত আয় বৃদ্ধি হ'ব। পঢ়াশুনা আদিত ভাল ফল লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত শুভ।

    কন্য ৰাশি : স্বাস্থ্যৰ যত্ন ল'ব লাগিব। প্ৰেমৰ ক্ষেত্ৰত শুভ৷ অৱশ্যে বৈবাহিক জীৱনত সাৱধান হ'ব লাগিব। আয় বৃদ্ধি হোৱাৰ লগতে কৰ্মস্থানত উন্নতি হ'ব ।

    তুলা ৰাশি : সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব। প্ৰেম, শিক্ষা, ব্যৱসায়, বৈবাহিক আদিৰ ক্ষেত্ৰত এই সপ্তাহত ভাল ফলাফল লাভ কৰিব।

    বৃশ্চিক ৰাশি : নতুন প্ৰেমৰ যোগ৷ বৈবাহিক জীৱন সুখৰ হ'ব। আয়ৰ ক্ষেত্ৰত ভাল। শিক্ষৰ্থীসকলৰ বাবেও ভাল।

    ধনু ৰাশি : অধ্যয়নত মধ্যমীয়া৷ কৰ্মক্ষেত্ৰত শত্ৰুয়ে আমনি কৰিব পাৰে। প্ৰেম, শিক্ষা, ব্যৱসায় আদিৰ ক্ষেত্ৰত ভাল ফল লাভ।

    মকৰ ৰাশি : পঢ়া-শুনাৰ পৰা আৰম্ভ কৰি ব্যৱস্যায়, প্ৰেম আদিত ভাল ফল লাভ কৰিব । প্ৰেমত শুভ ৷ আলহী আহিব পাৰে ঘৰলৈ।

    কুম্ভ ৰাশি :  সংসাৰত শুভ৷ পঢ়াশুনা, কৰ্মস্থানত ভাল ফলাফল লাভ কৰিব। প্ৰেমত শুভ৷ স্বাস্থ্যৰ যত্ন ল'ব।

    মীন ৰাশি : প্ৰেম, কৰ্ম, ব্যৱসায়, শিক্ষা আদিৰ ক্ষেত্ৰত শুভ। কৰ্মস্থানত পদোন্নতিৰ যোগ৷ স্বাস্থ্যৰ উন্নতি।