২৯ মে', ২০২২, দেওবাৰ
১. মেষ ৰাশি (অ,ল) : - মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব। কৰ্মক্ষেত্ৰত সাফল্য।
২. বৃষ ৰাশি( উ,ব,ই) : - বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সামান্য অশান্তি বাঢ়িব পাৰে। ব্যৱসায়িক দিশত উন্নতি।
৩. মিথুন ৰাশি ( ক,ছ) : - মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সাফল্য অৰ্জন। বন্ধুৰ সহায় লাভ।
৪. কৰ্কট ৰাশি( ড,হ) : - কৰ্কট ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব। পৰিয়ালত শুভ হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলে আজিৰ দিনটোত কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব। এলাহ বৃদ্ধি।
৬. কন্যা ৰাশি (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব। সন্তানৰ সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। ভ্ৰমণত শুভ।
৮. বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত
ধন সম্পত্তি বাঢ়িব। আজি আপুনি ভাল খাদ্য খোৱাৰ সুযোগ লাভ কৰিব ।
৯. ধনু ৰাশি (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব। স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।
১০. মকৰ ৰাশি (খ,জ): - মকৰ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হ'ব। লগতে আজি আপোনাৰ ঘৰলৈ আলহী আহিব।
১১. কুম্ভ ৰাশি (গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলে আজিৰ দিনটোত যাত্ৰা বা ভ্ৰমণ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব। স্বাস্থ্যত শুভ।
১২. মীন ৰাশি ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হ'ব। মনৰ আশা পূৰণ হ'ব।
Leave A Comment