• কেনে যাব আজিৰ দিনটো? জানো আহক দিনটোৰ ৰাশিফল

    জীৱন শৈলী
    কেনে যাব আজিৰ দিনটো? জানো আহক দিনটোৰ ৰাশিফল
    ডিজিটেল ডেস্কঃ আজি ২২ এপ্ৰিল, ২০২৪, সোমবাৰ ।আজিৰ দিনটো বিভিন্ন ৰাশিৰ লোকৰ বাবে কেনে যাব জানো আহক।

    মেষ- আজিৰ দিনটো ব্যৱসায়ত শুভ। হাতলৈ ধন আহিব যদিও খৰচো বৃদ্ধি পাব পাৰে। বন্ধু লাভ। প্ৰেমত মধ্যম।

    বৃষ- ধন লাভৰ যোগ। বিতৰ্ক এৰাই চলক। দাম্পত্যত শুভ। মাতৃৰ বাবে চিন্তা।

    মিথুন- পুৰণি বিবাদৰ বাবে কষ্ট পাব পাৰে। । হাতলৈ ধন আহিব। শিক্ষৰ্থীয়ে সফলতা লাভ কৰিব। হঠাতে নতুন খবৰ লাভ।প্ৰেমত শুভ।

    কৰ্কট- কৰ্মক্ষেত্ৰত শুভ। যিকোনো কামৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। হঠাতে ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। চকুৰ ৰোগৰ সম্ভাৱনা।

    সিংহ- ধন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ব পাৰে। উপহাৰ লাভ কৰিব।খৰচ বৃদ্ধি পাব পাৰে। ধনো আহিব।

    কন্যা- আজিৰ দিনটো আপোনাৰ বাবে শুভ।অৱশ্যে বিবাদ-বিতৰ্ক এৰাই চলিব। কৰ্মক্ষেত্ৰত থকা বাধা সমূহ আঁতৰাৰ সম্ভাৱনা আছে। ভ্ৰমণৰ যোগ আছে। পানীৰ পৰা সাৱধানে থাকিব।

    তুলা – শিক্ষাৰ্থীৰ শুভ। শুভ সংবাদ লাভৰ যোগ। নিজক সময় দিয়ক৷ 

    বৃশ্চিক- আবেগ নিয়ন্ত্ৰণ কৰিব। দিনটো ব্যস্ততাৰে পাৰ হ’ব। আজি কোনো আইনী বিষয়ত নোসোমাব। দাঁতৰ ৰোগৰ পৰা সাৱধান হ’ব। প্ৰেমত শুভ।

    ধনু- আজিৰ দিনটো আপোনাৰ বাবে অতি ফলপ্ৰসূ দিন হ’ব। আজি ধন লাভ কৰাৰ বহুটো সুবিধা পাব। প্ৰেমত ভাল। আলহীৰ আগমন।

    মকৰ- সন্মান বৃদ্ধি পাব। নতুন কামৰ সন্ধান । ব্যৱসায়ী সকলৰ বাবে মধ্যম দিন। আনন্দদায়ক খবৰ পাব পাৰে। খৰচ অলপ বৃদ্ধি পাব পাৰে।

    কুম্ভ- চাকৰিয়াল সকলৰ পদোন্নতিৰ যোগ।ব্যৱসায়ত শুভ। খৰচ কিছু বাঢ়িব। অতিথিৰ আগমন।

    মীন-আজিৰ দিনটো মীন ৰাশিৰ লোকসকলৰ বাবে শুভ যদিও যান-বাহনত সতৰ্ক হ’ব। আয়ৰ যোগ । স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব। আলহী আহিব পাৰে। হাতলৈ ধনো আহিব।