ডিজিটেল ডেস্কঃ আজি ১৯ মে’, দেওবাৰ। জানো আহক দিনটোৰ ৰাশিফল।
মেষ ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো বিয়লিৰ পৰা ভাল বেছি ভাল হ’ব। অৱশ্যে যদি আজি কাৰোবাৰ সৈতে ধনৰ লেনদেন কৰাৰ কথা ভাবি আছে, সাৱধান হ’ব। পৰিয়ালৰ ব্যয় হঠাতে বৃদ্ধি হ'ব পাৰে। প্ৰেমত মধ্যম৷
বৃষ ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো ব্যস্ততাৰ দিন। যদি আপুনি আজি বিনিয়োগ কৰাৰ পৰিকল্পনা কৰি আছে, তেন্তে কৰিব পাৰে । কথা-বাৰ্তাত সংযম অৱলম্বন কৰক। পেটৰ যত্ন ল’ব৷
মিথুন ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো শুভ দিন । আনৰ পৰা উপহাৰ আৰু সন্মান লাভ কৰিব পাৰে। শিক্ষাৰ্থীসকলে শিক্ষাত মনোযোগ দিব লাগিব। বিনিয়োগ কৰিলে ভৱিষ্যতে যথেষ্ট লাভাৱান হ’ব। শিঙাল জন্তুৰ পৰা সাৱধান।
কৰ্কট ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো মধ্যম দিন দিন । ভাল খবৰে মনত আনন্দ দিব। দীৰ্ঘদিনীয়া বিবাদৰ অন্ত পৰিব। দাঁতৰ যত্ন ল’ব৷ প্ৰমেত শুভ। বিদ্যাৰ্থীয়ে কঠোৰ শ্ৰম কৰিব লাগিব। ধন লাভ ।
সিংহ ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো অতি শুভ দিন। পুৰণি সমস্যা সমাধান হ’ব। আনৰ মংগলৰ বাবে কিছু ধন খৰচ কৰিব পাৰে। অংশীদাৰীত্ব ব্যৱসায়ত লাভ হ’ব। জুইৰ পৰা সাৱধানে থাকিব৷
কন্যা ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত আপোনাৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব । বিশেষকৈ নাক-কাণ-ডিঙিৰ ৰোগত ভুগিব পাৰে। আজি আপোনাৰ কিছু বেছি ব্যয় হ’ব পাৰে। বিবাদ আদি থাকিলে সমাধান কৰিব পাৰিব।আলহীৰ আহিব পাৰে। প্ৰেমত মধ্যম।
তুলা ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো পিছবেলালৈ বেছি ভাল হ’ব। আনে আপোনাৰ কামক প্ৰশংসা কৰিব। উপাৰ্জন আৰু ব্যয় দুয়োটা সন্তুলিত কৰিব লাগিব।। পেটৰ ৰোগত ভুগিব পাৰে। পানীৰ পৰা সাৱধান।
বৃশ্চিক ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত শুভ দিন। সকলো কামতে সফল হ’ব। নিযুক্তিৰ নতুন খবৰ লাভ কৰিব পাৰে।ভ্ৰমণ কৰিব লগীয়া হ’ব পাৰে। পুৰণি অমীমাংসিত কাম সম্পন্ন হ’ব৷ ধাৰাল বস্তুৰ পৰা সাৱধানে থাকিব৷
ধনু ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো এটা মধ্যম দিন। যিকোনো বিষয়ত সিদ্ধান্ত লোৱাৰ আগতে অলপ চিন্তা কৰি চাব৷ যদি আপুনি আজি কাৰোবাক টকা ধাৰ দিয়াৰ পৰা বিৰত থাকক। প্ৰেমত ভাল দিন৷ হাতলৈ ধন আহিব পাৰে৷ বিদ্যাৰ্থীৰ শুভ।
মকৰ ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত ভাল দিন । শিক্ষাৰ্থীসকলে কষ্ট কৰিব লাগিব। ব্যৱসায়ত মধ্যম। । খৰচ বৃদ্ধি হ’ব পাৰে৷ ভ্ৰমণৰ যোগ ।
কুম্ভ ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো অৰ্থনৈতিকভাবে ভাল দিন । ধাৰ পৰিশোধ কৰিবলৈ সক্ষম হ’ব। আজি ব্যৱসায়ৰ কোনো চুক্তি কৰিব নালাগে। প্ৰেমত ভুল বুজাবুজি হ’ব পাৰে৷ গুণীজনৰ পৰা সহায় পাব৷ নতুন ঘৰ আদি আজি নল’ব।
মীন ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত যিসকলে নতুন কামৰ দিশত ভাল দিন।দুপৰীয়াৰ পৰাই ভাল খবৰ আহিব। প্ৰেমত ভাল দিন৷ খৰচ বৃদ্ধিৰ যোগ৷ দাঁতৰ ৰোগৰ সম্ভাৱনা। বিবাহপ্ৰাৰ্থীৰ বাবে নতুন যোগাযোগৰ দিন। কথা কওঁতে সতৰ্ক হ’ব।
Leave A Comment