ডিজিটেল ডেস্কঃ আজি ২৯ ডিচেম্বৰ,শুকুৰবাৰ৷জানো আহক আজিৰ দিনটোৰ ৰাশিফল…
১. মেষ ৰাশি (অ,ল) : - মেষ ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ'ব, কৰ্মত অধিক দ্বায়িত্ব লাভ কৰিব, লগতে আজি আপোনাৰ মনৰ আশা পূৰণ হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব, ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩.মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আধিক ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মানসিক ক্লেষ ভাৱ বাঢ়িব পাৰে লগতে আজি আপুনি কৰ্মত আধিক ফলাফল আশা নকৰাই ভাল হব।
৪. কৰ্কট ৰাশি(ড,হ) : - কৰ্কট ৰাশিৰ জাতক - জাতিকাসকলৰ সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব, সন্মান বাঢ়িব লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ বিদ্যা আহৰণত ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব, উত্তম খাদ্য গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে মনত অপ্ৰয়োজনীয় চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সন্মান লাভ কৰিব, আৰ্থিক দিশটো শুভ হ'ব, যদিও আজি ছোৱালী তিৰোতা সকলে সজাগ নহ'লে সামান্য কষ্ট পাৱলগীয়া হ'ব পাৰে।
৭.তুলা ৰাশি(ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সুখ শান্তিৰে দিনটো পাৰ হ'ব, কৰ্মত শুভ হ'ব, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, আৰ্থিক উন্নতি হ'ব যদিও আজি আপুনি মৰমৰ ক্ষেত্ৰত সজাগ হ'ব।
৮. বৃশ্চিক ৰাশি(ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুখ লাভ কৰিব, কৰ্মত চেষ্টা কৰিলে সফলতা লাভ কৰিব, যদিও আজি আপুনি অপমানিত হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৯. ধনু ৰাশি(ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক দিশত উন্নতি লাভ কৰিব, কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব যদিও আজি আপুনি মিচা অপৱাদ পাৱলগীয়া কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
১০. মকৰ ৰাশি (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, কৰ্মত সফলতা আহিব, লগতে আজি আপোনাৰ পাৰিবাৰিক দিশত শুভ হোৱাৰ যোগ দেখা যায়।
১১.কুম্ভ ৰাশি(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত মনৰ চিন্তা ধাৰা উন্নত মানৰ হ'ব যদিও, মনৰ আশা ভংগ হ'ব পাৰে, লগতে কৰ্মত সৰু-সুৰা বাধা - বিঘিনি সন্মুখীন হোৱাৰ যোগ দেখা যায়।
১২.মীন ৰাশি ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ শুভ হ'ব, ধন আগমন বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত ভাল পৰিবেশন লাভ হোৱাৰ যোগ দেখা যায়।
Leave A Comment