১০/০৯/২৪, মঙ্গলবাৰ
মেষ ৰাশি: সমস্যা সমাধান কৰিব পাৰিব।বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হব পাৰে। কৰ্ম ক্ষেত্ৰত প্ৰশংসিত হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যত মধ্যম। কামত সাৱধানতা অৱলম্বন কৰিব।
বৃষ ৰাশি: প্ৰিয় জনৰ সৈতে। মতবিৰোধ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ অৱনতি। প্ৰিয়জনৰ সৈতে সময় পাৰ কৰক। অৰ্থ লাভৰ যুগ। কৰ্মত মধ্যম। নতুন চিন্তাধাৰাৰে আগবাঢ়িলে সুফল পাব।
মিথুন ৰাশি: আশা আকাংক্ষা পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। বন্ধুৰ সংগ লাভ কৰিব। সমাজত জনপ্ৰিয়তা অৰ্জন কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত চিন্তা মুক্ত হ'ব। সন্তানৰ সুখ্যাতি লাভৰ যুগ।
কৰ্কট ৰাশি: স্বাস্থ্যৰ ভালে যাব। মানসিক শান্তিৰ যুগ। কৰ্ম ক্ষেত্ৰত সফলতা লাভ কৰিব। প্ৰেমত শুভ। পিতৃ-মাতৃৰ স্বাস্থ্যত মধ্যম। আৰ্থিক ক্ষেত্ৰত দুৰ্বল। দিনটোত কৰ্মব্যস্ততা বাঢ়িব।
সিংহ ৰাশি: স্বাস্থ্যত মধ্যম। কলাত্মক দিশত উন্নতি। দাম্পত্য জীৱনত উন্নতি। কামত সাৱধানতা অৱলম্বন কৰিব। অৰ্থ ব্যয়ৰ সম্ভাৱনা আছে। পিতৃ-মাতৃৰ শুভ। কৰ্ম ক্ষেত্ৰত নিয়ম মানি চলিবলৈ চেষ্টা কৰিব।
কন্যা ৰাশি: আৰ্থিক অনাটন দূৰ হ'ব। সময়ৰ সুব্যৱহাৰৰ হ'ব। চিন্তা মুক্ত হ'ব। স্বাস্থ্যৰ যত্ন ল'ব। কৰ্মত শুভ। সন্তানৰ শুভ। দিনটোত ব্যস্ততাৰে পাৰ হ'ব। ভ্ৰামণৰ পৰা বিৰত থাকক।
তুলা ৰাশি: কৰ্মত মধ্যমীয়া। পৰিয়ালৰ পৰা সুখ লাভ কৰিব। সাৱধানতা অৱলম্বন কৰিব। ভ্ৰামণৰ যুগ। কাম পেলাই থ'লে বিপদৰ সন্মুখীন হ'ব পাৰে। স্বাস্থ্যৰ উন্নতি।
বৃশ্চিক ৰাশি: অৰ্থ লাভৰ যুগ। স্বাস্থ্যৰ অৱনতি। কৰ্মত বাধা। কঠোৰ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে।দাম্পত্যত শুভ। পিতৃ-মাতৃৰ স্বাস্থ্যত মধ্যম। পৰিয়ালৰ লগত মতবিৰোধ হোৱাৰ সম্ভাৱনা আছে।
ধনু ৰাশি: পুৰণি সমস্যা পৰা মুক্ত হ'ব। স্বাস্থ্য উন্নত। কৰ্মত ক্ষেত্ৰত পৰিশ্ৰম বাঢ়িব। খৰচ বাঢ়িব।কৰ্মত অগ্ৰগতি লাভ কৰিব। কামত সাৱধানতা অৱলম্বন কৰিব। পিতৃ-মাতৃৰ স্বাস্থ্যৰ যত্ন ল'ব।
মকৰ ৰাশি: প্ৰেমত শুভ। শুভ সংবাদ লাভ কৰিব। স্বাস্থ্যৰ যত্ন ল'ব। সন্তানৰ শুভ। নতুন কামৰ যুগ।শিক্ষাৰ্থীৰ মধ্যমীয়া। পানীৰ পৰা দূৰত্ব বজাই ৰাখিব। ভ্ৰামণৰ যুগ।
কুম্ভ ৰাশি: স্বাস্থ্যত মধ্যমীয়া। কৰ্মত বিশেষ সুফল নাপাব। চেষ্টা কৰিলে সফলতা লাভ কৰিব। অৰ্থ লাভৰ যুগ।ভ্ৰামণত সাৱধানতা অৱলম্বন কৰিব। শিক্ষাৰ ক্ষেত্ৰত শুভ।
মীন ৰাশি: মনৰ ইচ্ছা পূৰ্ণ হ'ব। কৰ্ম ক্ষেত্ৰত সফলতা লাভ। ব্যস্ততা বাঢ়িব। স্বাস্থ্য উন্নত।শিক্ষাত মধ্যমীয়া।দুঃচিন্তা বাঢ়িব। দাম্পত্য জীৱনত সময় দিয়ক। পৰিয়ালৰ পৰা সহযোগ লাভ কৰিব। শৰীৰক বিশ্ৰাম দিয়ক।
Leave A Comment