• কেনে যাব আপোনাৰ দিনটো ? জানো আহক দিনটোৰ ৰাশিফল

    জীৱন শৈলী
    কেনে যাব আপোনাৰ দিনটো ?  জানো আহক দিনটোৰ ৰাশিফল
    ডিজিটেল ডেস্কঃআজি ২০২৪  চনৰ ২০ এপ্ৰিল। আজি কেনে যাব আপোনাৰ দিনটো। জানো আহক দিনটোৰ ৰাশিফল-

    ১. মেষ ৰাশি- ব্যৱসায়ত উন্নতি হ'ব৷ কৰ্মত ব্যস্ততা বাঢ়িব। ভ্ৰমণৰ সুবিধা আহিব পাৰে। স্বাস্থ্য ভালে থাকিব।প্ৰেমত মধ্যম।

    ২. বৃষ ৰাশি -বন্ধুৰ সৈতে মিলন হ'ব। মাতৃৰ  শুভ। শিঙাল জন্তুৰ পৰা সাৱধান। প্ৰেমত বুজাবুজি। বিদ্যাত বাধা।খৰচ বৃদ্ধিৰ যোগ ।

    ৩. মিথুন ৰাশি- ভ্ৰমণ হ'ব পাৰে৷ কৰ্মস্থান শুভ। মনৰ আশা পূৰণ। ঘৰলৈ আলহী অহাৰ যোগ দেখা যায়৷

    ৪. কৰ্কট ৰাশি -নতুন  সংবাদ লাভ কৰিব৷। প্ৰেমত শুভ। শৰীৰত গুৰুত্ব দিয়ক। হঠাতে হাতলৈ ধনো আহিব।

    ৫. সিংহ ৰাশিৰ - আনৰ সহায় সহযোগিতা লাভ কৰিব৷ নতুন খবৰ লাভ। ধনৰ বাবে  চিন্তিত হোৱাৰ কাৰণ নাই। মানসিক শান্তি ভংগ।

    ৬. কন্যা ৰাশি - খৰচ  বাঢ়িব৷প্ৰেমত শুভ। বিদ্যাৰ্থীৰ শুভ। ভ্ৰমণৰ সুবিধা পাব । 

    ৭. তুলা ৰাশি - হাতলৈ ধন  আহিব ৷ সম্পদ বৃদ্ধিৰ যোগ দেখা যায়। প্ৰেমত শুভ । বন্ধুৰ সহায় লাভ।হঠাতে নতুন  খবৰ পাব পাৰে।

    ৮. বৃশ্চিক ৰাশি -মনৰ শান্তি  ।  বন্ধু লাভ । পিতৃৰ বাবে  চিন্তা। খৰচ বৃদ্ধি পাব  ।

    ৯. ধনু ৰাশি- আনৰ  প্ৰশংসা লাভ। দেহত অলসতা । আলহীৰ আগমন। খৰচ কমিব । শুভ সংবদ লাভ ।

    ১০. মকৰ ৰাশি- পুৰণি বন্ধুৰে  মিলন। নিৰাশাৰ  ভাৱ দূৰ হ'ব।  আনৰ প্ৰশংসা শুনিব।প্ৰেমত  শুভ ।

    ১১. কুম্ভ ৰাশি - সমাজত সন্মান বাঢ়িব । জুইৰ পৰা  সাৱধান হওক। খৰচ বৃদ্ধি । প্ৰেমত শুভ।

    ১২. মীন ৰাশি-   প্ৰেমত শুভ । নতুন  সংবাদ লাভ। ভ্ৰমণত সাৱধান ।ধাৰাল বস্তুৰ পৰা  সাৱধান।