• কেনে যাব আজিৰ দিনটো? জানো আহক দিনটোৰ ৰাশিফল

    জীৱন শৈলী
    কেনে যাব আজিৰ দিনটো? জানো আহক দিনটোৰ ৰাশিফল
     ডেস্কঃ আজি ২৮ জানুৱাৰী, ২০২৪, দেওবাৰ। কেনে যাব আজিৰ দিনটো? জানো আহক দিনটোৰ ৰাশিফল
    ১. মেষ ৰাশি (অ,ল)-মেষ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত নতুন কৰ্ম লাভ কৰিব পাৰে যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত আমনি লাগিব পাৰে৷ ঘৰলৈ আলহীৰ আগমণ ঘটিব পাৰে৷ 

    ২. বৃষ ৰাশি( উ,ব,ই)- বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সন্মান লাভ হ'ব, ধন লাভ হ'ব ৷ প্ৰেমত শুভ ৷ জে্যষ্ঠ জনৰ পৰা মনত সামান্য আঘাত পোৱাৰ যোগ দেখা যায়।

    ৩. মিথুন ৰাশি( ক,ছ)- মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব৷ নতুন যোগোযোগ হ’ব পাৰে৷সজাগ নহ'লে কৰ্মত সামান্য বাধাৰ সন্মুখীন হ'ব পাৰে লগতে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

    ৪. কৰ্কট ৰাশি( ড,হ)- কৰ্কত ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মত আনৰ সহায়-সহযোগিতা লাভ কৰিব পাৰে ৷ লগতে আজি আপোনাৰ কৰ্মক্ষেত্রত জটিলতা হ্ৰাস  পোৱাৰ যোগ দেখা যায়। বন্ধুৰ সৈতে মতানৈক্য হ’ব পাৰে৷ 

    ৫. সিংহ ৰাশিৰ (ম,ট)- সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, কৰ্মত শুভ হ'ব লগতে আজি আপোনাৰ আমোদ প্ৰমোদ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।খৰচ বৃধ্দি হ’ব পাৰে৷ 

    ৬. কন্যা ৰাশি (প,ঠ)- কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব ৷আবেগিক ভাৱ বাঢ়িব পাৰে লগতে আজি আপোনাৰ পাৰিবাৰিক দিশত অতি শুভ৷ প্ৰেমত শুভ৷ খৰচ অলপ বাঢ়িব পাৰে৷ 

    ৭. তুলা ৰাশি (ৰ,ত)- তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য খং ভাৱ বাঢ়িব পাৰে, মনত সামান্য ভয় ভাৱ বৃদ্ধি হ'ব পাৰে লগতে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়‌।বিয়লিৰ পিনে হাতলৈ ধন আহিব পাৰে৷ 

    ৮. বৃশ্চিক ৰাশি (ন,য)- বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব। প্ৰেমত শুভ হ'ব যদিও আজি সকলো দিশতে সতৰ্ক হোৱাটো ভাল হ'ব।নতুন যোগাযোগ৷ 

    ৯. ধনু ৰাশি (ধ,ভ)- ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সজাগ নহ'লে সামান্য বুদ্ধি হ্ৰাস হ'ব পাৰে লগতে সামান্য চকুৰ ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

    ১০. মকৰ ৰাশি (খ,জ)- মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, ধন লাভ হ'ব লগতে আজি আপুনি কৰ্মক্ষেত্ৰত আনৰ প্ৰসংশা লাভ কৰাৰ যোগ দেখা যায়।চকুৰ যত্ন ল’ব৷ 

    ১১. কুম্ভ ৰাশি(গ,শ,স)- কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বিদ্যাৰ্থীসকলৰ শুভ হ'ব, ৰোগৰ পৰা আৰোগ্য হ'ব। আজি আপুনি সজাগ নহলে মনত আৰু কৰ্মত সামান্য নিৰাশাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।উদৰ ৰোগৰ আশংকা আছে৷ 

    ১২. মীন ৰাশি( দ,চ)- মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য কষ্ট পাব পাৰে লগতে কৰ্মত সামান্য অৱহেলাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। খৰচ বাঢ়িব পাৰে যদিও হাতলৈ ধন অহাৰো যোগ৷