ডিজিটেল ডেস্কঃআজি ২০২৪ চনৰ ২১ জুলাই, দেওবাৰ। আজি কেনে যাব আপোনাৰ দিনটো। জানো আহক দিনটোৰ ৰাশিফল-
১. মেষ ৰাশি- বহুদিনীয়া আশা পূৰণ হ’ব। বন্ধুৰ সৈতে মিলন হ'ব। সংসাৰত শুভ। শৰীৰ অসুস্থ। প্ৰেমত সন্দেহ। বিদ্যাত বাধা।খৰচ বৃদ্ধিৰ যোগ ।
২. বৃষ ৰাশি -আজিৰ দিনটোত ব্যৱসায়ত উন্নতি হ'ব৷ কৰ্মত ব্যস্ততা বাঢ়িব। ভ্ৰমণত সাৱধান হ'ব। স্বাস্থ্য ভালে থাকিব।প্ৰেমত মধ্যম। শিঙাল জন্তুৰ পৰা সাৱধান।
৩. মিথুন ৰাশি- শুভ সংবাদ লাভ কৰিব৷। প্ৰেমত মধ্যম। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব। হাতলৈ ধন আহিব। জুইৰ পৰা সাৱধান ।
৪. কৰ্কট ৰাশি -পিতৃৰ বাবে চিন্তা।ভ্ৰমণ হ'ব পাৰে৷ কৰ্মস্থান শুভ। মনৰ আশা পূৰণ। ঘৰলৈ আলহী অহাৰ যোগ দেখা যায়৷
৫. সিংহ ৰাশিৰ - নিশালৈ ভাল খবৰ লাভ। আয় বাঢ়িব৷প্ৰেমত শান্তি। বিদ্যাৰ্থীৰ শুভ। ভ্ৰমণত শুভ । প্ৰেমত মধ্যম।
৬. কন্যা ৰাশি - দূৰ ভ্ৰমণ হঠব পাৰে। বন্ধুৰ সহায় লাভ কৰিব৷ আৰ্থিক দিশক লৈ চিন্তিত। প্ৰেমত শুভ।সন্ধিয়ালৈ শুভ সংবাদ লাভৰ যোগ।
৭. তুলা ৰাশি - বন্ধুৰ বাবে মনত কষ্ট পাব। নিজৰ কামক লৈ সজাগ হোৱাটো ভাল হ'ব। সন্তানক লৈ চিন্তা। খৰচ বৃদ্ধি। পৰিয়ালৰ পৰা সহায় পাব।
৮. বৃশ্চিক ৰাশি - খৰচ বৃদ্ধি পাব পাৰে৷ পুৰণি আশা পূৰণ হ’ব। প্ৰেমত মধ্যম। বন্ধুৰ সহায় লাভ।হঠাতে ভাল খবৰ পাব পাৰে।
৯. ধনু ৰাশি- নিজৰ কৰ্মৰ বাবে সন্মান বাঢ়িব৷ আসা পূৰণ হ’ব। খৰচ বৃদ্ধি হোৱাৰ যোগ । প্ৰেমত শুভ। পানীৰ পৰা সাৱধানে থাকিব।
১০. মকৰ ৰাশি- পুৰণি বন্ধুৰ সৈতে মিলন। অলস ভাবে মনত ক্ৰিয়া কৰিব। স্বাস্থ্যৰ প্ৰতি নজৰ দিব। আনৰ প্ৰশংসাৰ পাত্ৰ হ’ব।প্ৰেমত শুভ।
১১. কুম্ভ ৰাশি - নতুন সংবাদ লাভ কৰিব পাৰে। প্ৰেমত মধ্যম। বিবাহৰ বাবে শুভ যোগাযোগ। দূৰ ভ্ৰমণৰ যোগ।বন্ধুৰ দ্বাৰা উপকৃত হ’ব।
১২. মীন ৰাশি- কোনো কামৰ বাবে আনে প্ৰশংসা কৰিব। পেটৰ ৰোগ হ’ব পাৰে।। আলহীৰ আগমন। খৰচ বৃদ্ধি। শুভ সংবাদ লাভ । দূৰ ভ্ৰমণ।
Leave A Comment