ডিজিটেল ডেস্কঃ আজি ৫ মে’, ২০২৪ , দেওবাৰ ।আজিৰ দিনটো কেনে যাব জানো আহক।
মেষ- আজিৰ দিনটো ব্যৱসায়ত শুভ। বিনিয়োগ কৰাসকলৰ হাতলৈ ডাঙৰ সুযোগ আহিব। বন্ধু লাভ। প্ৰেমত শুভ।
বৃষ- নতুন কামৰ সন্ধান। সৰু-সুৰা কথাৰ বাবে কাৰোৰে লগত কাজিয়া নকৰিব। দাম্পত্যত সাৱধান হ’ব। মাতৃৰ শুভ।
মিথুন- যিকোনো সিদ্ধান্ত লওঁতে জ্যেষ্ঠ জনৰ পৰা পৰামৰ্শ ল’ব। হাতলৈ ধন আহিব। শিক্ষৰ্থীৰ বাবে শুভ। হাতলৈ ধন অহাৰ সম্ভাৱনা।
কৰ্কট- কৰ্মক্ষেত্ৰত শুভ। খৰচ বৃদ্ধি পাব। চকুৰ ৰোগৰ সম্ভাৱনা।আলহীৰ আগমন।
সিংহ- মনৰ আশা পূৰ্ণ হ’ব। কোনো কথাত সমস্যাৰ সন্মুখীন হ’ব পাৰে। উপহাৰ লাভ কৰিব।খৰচ ।শাৰীৰিক অসুস্থতা বোধ কৰিব পাৰে।
কন্যা- আজিৰ দিনটো অতি শুভ। কৰ্মক্ষেত্ৰত অগ্ৰগতি। ভ্ৰমণৰ যোগ । ধাৰাল সামগ্ৰীৰ পৰা সাৱধানে থাকিব।
তুলা – শত্ৰুৰ পৰা সাৱধানে থাকিব, অৱশ্যে ক্ষতি কৰিব নোৱাৰে। প্ৰেমত শুভ। শুভ সংবাদ লাভ। নতুন যোগাযোগ হ’ব পাৰে।
বৃশ্চিক- আবেগ নিয়ন্ত্ৰণ কৰিব।ধন লাভ । আলহীৰ আগমন। চকুৰ ৰোগৰ পৰা সাৱধান হ’ব।
ধনু- আজিৰ দিনটো ভাল দিন। ধন লাভ কৰিব। প্ৰেমত মধ্যম। পুৰণি ধন ওভতাই পাব।
মকৰ- সন্মান বৃদ্ধি পাব। চাকৰি প্ৰাৰ্থীৰ শুভ। ব্যৱসায়ীৰ ভাল।পানীৰ পৰা সাৱধান।
কুম্ভ- পদোন্নতিৰ যোগ।ব্যৱসায়ীৰ শুভ। খৰচ বাঢ়িব যদিও হাতলৈ ধনো আহিব। অতিথিৰ আগমন।পিতৃ-মাতৃৰ শুভ।
মীন- যান-বাহনত সতৰ্ক হ’ব। খৰচ বৃদ্ধিৰ । চকু আৰু পেটৰ ৰোগৰ প্ৰতি সতৰ্ক হ’ব। আলহী আহিব পাৰে।নতুন খবৰ লাভ।
Leave A Comment