স্বাস্থ্য
ডিজিটেল ডেস্ক : জ্যোতিষশাস্ত্ৰত
সোমবাৰৰ দিনটো ভগৱান শিৱৰ নামত উৎসৰ্গিত। শাওণ মাহটো ভগৱান ভোলেনাথৰ প্ৰিয় মাহ। আজি
শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ, লগতে প্ৰদোষ ব্ৰত। আজিৰ দিনটোত ভোলেনাথৰ বিশেষ পূজাও
কৰা হয়। ইয়াৰ উপৰি বহু ধৰণৰ গ্ৰহৰ দোষ দূৰ কৰাৰ ব্যৱস্থা গ্ৰহণৰ বাবেও শাওণ মাহটো
অতি উত্তম বুলি গণ্য কৰা হয়। বিশেষকৈ চন্দ্ৰ দোষ আঁতৰাবলৈ শাওণৰ সোমবাৰৰ দিনটো অতি
শুভ বুলি গণ্য কৰা হয়। আজিৰ দিনটোতে চন্দ্ৰ দোষৰ প্ৰতিকাৰ কৰি জীৱনৰ বহু কষ্ট দূৰ
কৰিব পাৰি।
চন্দ্ৰ দোষৰ প্ৰতিকাৰ-
চন্দ্ৰ দোষৰ বাবেই বহু সমস্যাৰ
সৃষ্টি হয়। বিশেষকৈ চন্দ্ৰ দোষৰ বাবে টোপনি, ভাগৰ, মানসিক চাপ আদি সমস্যাৰ সৃষ্টি হয়।
সেয়েহে চন্দ্ৰ দোষ ব্যক্তিৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে। গতিকে এই দোষ আঁতৰাবলৈ
অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যদি ৰাশিফলত চন্দ্ৰৰ দোষ আছে, তেন্তে তাৰ পৰা
পৰিত্ৰাণ পাবলৈ ব্যৱস্থা লোৱাৰ আজিৰ দিনটো অতি শুভ।
আজি শাওণৰ দ্বিতীয় সোমবাৰ কৰক
এই ব্যৱস্থা-
Leave A Comment