ডিজিটেল ডেস্কঃ আজি ৫ জানুৱাৰী,শুকুৰবাৰ৷জানো আহক আজিৰ দিনটোৰ ৰাশিফল…
১. মেষ ৰাশি(অ,ল) : - মেষ ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত সুস্থিৰতা আহিব, ধৰ্ম কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব, লগতে আজি আপোনাৰ আয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি(উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, ছাত্ৰ ছাত্ৰী সকলৰ জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব, লগতে আজি খেতিয়ক সকলৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩.মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন ব্যৱসায় বানিজ্যত মনোনিবেশ কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : - কৰ্কট ৰাশিৰ জাতক - জাতিকাসকলৰ সকলৰ আজিৰ দিনটোত কৰ্মস্থানত সামান্য পৰিবৰ্তন আহিব পাৰে লগতে আজি আপুনি সজাগ নহ'লে সামান্য হীনমান্যতাত ভুগিব লগা হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি(ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰতিভা বিকাশৰ সুযোগ সুবিধা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা আহিব পাৰে লগতে আজি আপোন ব্যক্তিৰ দ্বাৰা আপোনাৰ মনত অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৬.কন্যা ৰাশি(প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, শত্ৰু নাশ হব, যদিও আজি আপুনি ঠগ প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।
৭. তুলা ৰাশি(ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য ভয় আৰু উদ্বেগ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮.বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ'ব, প্ৰেমত শুভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য পাৰিবাৰিক দিনত সজাগ হোৱাটো ভাল হ'ব।
৯.ধনু ৰাশি(ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব লগতে আজি আপুনি সৃষ্টিশীল কৰ্মত আত্মনিয়োগ কৰিবলৈ সক্ষম হব।
১০.মকৰ ৰাশি (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত শুভ কৰ্মলৈ আমন্ত্ৰিত হ'ব পাৰে, প্ৰেমত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ আয় উপাৰ্জন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১.কুম্ভ ৰাশি(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত কৰ্মত সকলো দিশতে জয় লাভ কৰিব, আপোন ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি মনোমালিন্য হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
১২.মীন ৰাশি( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব, মনত সুখ শান্তি বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য অহংকাৰী মনোভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
Leave A Comment