• আজিৰ দিনটো কেনে যাব? ৰাশিফল চাওঁ আহক

    জীৱন শৈলী
    আজিৰ  দিনটো কেনে যাব? ৰাশিফল চাওঁ আহক
    ১৩/১০/২৪, দেওবাৰ

    মেষ: আজি আপোনাৰ নতুন বন্ধু লাভ হোৱাৰ সম্ভাৱনা আছে। কর্ম ক্ষেত্ৰত সহযোগীৰ পৰা সহায় লাভ। প্রেমত শুভ। ব্যৱসায়ত মধ্যম।

    বৃষ: বিদ্যাৰ্থীসকলৰ অধ্যয়নৰ প্রতি আগ্রহ বাঢ়িব। ব্যৱসায়-বাণিজ্যত শুভ। এলাহ এৰি কামত আগবাঢ়ক, সফলতা লাভ কৰিব। প্ৰেমত মধ্যম।

    মিথুন: মন প্রফুল্লতাৰে আজিৰ দিনটো পাৰ হ'ব। ভ্রাতৃৰ পৰা আপুনি সহায় লাভ কৰিব। হাতলৈ ধন আহিব। বিদ্যার্থীসকলৰ মধ্যম। কোনো কামত সফলতা লাভৰ যোগ।

    কর্কট: আর্থিক দিশত আজিৰ দিনটো শুভ। নানা দিশৰ পৰা আজি আপুনি সুযোগ-সুবিধা পাব। স্বাস্থ্য ভালেৰে যাব। বাক্-বিতণ্ডাৰ পৰা আঁতৰি থাকক। ভ্ৰমণৰ যোগ আছে।

    সিংহ: বিদ্যার্থীসকলৰ শুভ। শত্ৰুৰ পৰা আজি আপুনি সাৱধান থাকিব। ক্রীড়াক্ষেত্রত সুনাম প্রাপ্তি। সামাজিক ক্ষেত্রত মান-সম্মান বৃদ্ধিৰ যোগ আছে।  

    কন্যা: মনোবাঞ্ছা পূৰ্ণ হ'ব। নিজৰ বাক্‌পটুতাৰে বিৰোধীক পৰাস্ত কৰিব পাৰিব। ভৱিষ্যতৰ বাবে আর্থিক পৰিকল্পনা আৰম্ভ কৰিব পাৰে।

    তুলা: স্বাস্থ্য ভালেৰে যাব । উচ্চ ব্যক্তিৰ লগত আপোনাৰ বন্ধুত্ব হ'ব পাৰে। ভ্ৰমণ হ'ব পাৰে। কৰ্মক্ষেত্ৰত সহযোগীৰ পৰা সহায় লাভ। ব্যৱসায়ীৰ শুভ।

    বৃশ্চিক: ব্যৱসায়িক নির্ণয় ভাবি-চিন্তি ল'ব। কোনো নতুন পৰিকল্পনা কৰিলে তাক গোপনে কৰাৰ যত্ন কৰিব। আর্থিকভাবে দুর্বল। বিদ্যার্থীসকলৰ শুভ।

    ধনু: স্বাস্থ্য ভালেৰে যাব। যোগাযোগৰ ক্ষেত্রত বাধা পাব। আশা কৰা মতে কাম-কাজত সফনতা লাভ। প্রেমত মধ্যম। বিদ্যার্থীৰ শুভ।

    মকৰ: শাৰীৰিক কষ্ট লাঘৱ হ’ব। আত্মবিশ্বাসেৰে কামত আগবাঢ়িলে সফল হ'ব। ব্যৱসায়ীসকলৰ শুভ। বিদ্যার্থীসকলৰ মধ্যম। প্ৰেমত জটিলতা।

    কুম্ভ: ভ্রমণত সিদ্ধি লাভ কৰিব। আনৰ পৰা প্রশংসা লাভ কৰিব পাৰে। পুৰণি বন্ধু তথা সহকৰ্মীৰ পৰা সহায় লাভ। নতুন কাম আৰম্ভ কৰিব পাৰে।

    মীন: সম্পত্তি লাভৰ যোগ। বাক্-বিতণ্ডাৰ পৰা আপুনি আঁতৰি থাকক। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। স্বাস্থ্যৰ প্রতি যত্ন লোৱা উচিত। প্রেমত মধ্যম।

    মেষ: মনোবাঞ্ছা পূৰ্ণ হ'ব। আজি আপোনাৰ নতুন বন্ধু লাভ হোৱাৰ সম্ভাৱনা আছে। কর্ম ক্ষেত্ৰত সহযোগীৰ পৰা সহায় লাভ। প্রেমত শুভ। ব্যৱসায়ত মধ্যম।

    বৃষ: বিদ্যাৰ্থীসকলৰ অধ্যয়নৰ প্রতি আগ্রহ বাঢ়িব। ব্যৱসায়-বাণিজ্যত শুভ। এলাহ এৰি কামত আগবাঢ়ক, সফলতা লাভ কৰিব। প্ৰেমত মধ্যম।

    মিথুন: মন প্রফুল্লতাৰে আজিৰ দিনটো পাৰ হ'ব। ভ্রাতৃৰ পৰা আপুনি সহায় লাভ কৰিব। হাতলৈ ধন আহিব। বিদ্যার্থীসকলৰ মধ্যম। কোনো কামত সফলতা লাভৰ যোগ।

    কর্কট: আর্থিক দিশত আজিৰ দিনটো শুভ। নানা দিশৰ পৰা আজি আপুনি সুযোগ-সুবিধা পাব। স্বাস্থ্য ভালেৰে যাব। বাক্-বিতণ্ডাৰ পৰা আঁতৰি থাকক। ভ্ৰমণৰ যোগ আছে।

    সিংহ: শত্ৰুৰ পৰা আজি আপুনি সাৱধান থাকিব। প্রেমত শুভ ।ক্রীড়াক্ষেত্রত সুনাম প্রাপ্তি। সামাজিক ক্ষেত্রত মান-সম্মান বৃদ্ধিৰ যোগ আছে। বিদ্যার্থীসকলৰ শুভ। ভ্রমণত বাধা।

    কন্যা: মনোবাঞ্ছা পূৰ্ণ হ'ব। নিজৰ বাক্‌পটুতাৰে বিৰোধীক পৰাস্ত কৰিব পাৰিব। ভৱিষ্যতৰ বাবে আর্থিক পৰিকল্পনা আৰম্ভ কৰিব পাৰে।

    তুলা: নানা অভাৱে আপোনাক অশান্তি দিব। উচ্চ ব্যক্তিৰ লগত আপোনাৰ বন্ধুত্ব হ'ব পাৰে। ভ্ৰমণ হ'ব পাৰে। কৰ্মক্ষেত্ৰত সহযোগীৰ পৰা সহায় লাভ। ব্যৱসায়ীৰ শুভ।

    বৃশ্চিক:  বিদ্যার্থীসকলৰ শুভ। ব্যৱসায়িক নির্ণয় ভাবি-চিন্তি ল'ব। কোনো নতুন পৰিকল্পনা কৰিলে তাক গোপনে কৰাৰ যত্ন কৰিব। আর্থিকভাবে দুর্বল।

    ধনু: আপোনাৰ স্বাস্থ্য ভালেৰে যাব। যোগাযোগৰ ক্ষেত্রত বাধা পাব। আশা কৰা মতে কাম-কাজ হৈ নুঠিব। প্রেমত মধ্যম। বিদ্যার্থীৰ শুভ।

    মকৰ: শাৰীৰিকভাৱে আপুনি কষ্ট পাব। আত্মবিশ্বাসেৰে কামত আগবাঢ়িলে সফল হ'ব। ব্যৱসায়ীসকলৰ শুভ। বিদ্যার্থীসকলৰ মধ্যম। প্ৰেমত জটিলতা।