৪ অক্টোবৰ,২০২৪ শুকুৰবাৰ
মেষ: মন প্রফুল্লতাৰে আজিৰ দিনটো পাৰ হ'ব। হাতলৈ ধন আহিব। বিদ্যার্থীসকলৰ শুভ। কোনো কামত সফলতা লাভৰ যোগ।
বৃষ: সম্মান হানিৰ যোগ। বিদ্যার্থীসকলৰ অধ্যয়নৰ প্রতি আগ্রহ বাঢ়িব। ব্যবসায়-বাণিজ্যত শুভ। সফলতা লাভ কৰিব। প্রেমত মধ্যম।
মিথুন: আজি আপোনাৰ নতুন বন্ধু লাভ হোৱাৰ সম্ভাবনা আছে। কর্ম ক্ষেত্ৰত সহযোগীৰ পৰা সহায় লাভ। প্রেমত শুভ। ব্যৱসায়ত মধ্যম।
কর্কট: আর্থিক দিশত শুভ।কৰ্মক্ষেত্ৰত সহযোগীৰ পৰা সহায় লাভ৷ নানা দিশৰ পৰা আজি আপুনি সুযোগ-সুবিধা পাব। স্বাস্থ্য ভালেবে যাব। বাক্-বিতণ্ডাৰ পৰা আঁতৰি থাকক। ভ্ৰমণৰ যোগ আছে। বিদ্যার্থীসকলৰ মধ্যম
সিংহ: শত্রুৰ পৰা আজি সাবধানে থাকিব। ক্রীড়াক্ষেত্রত সুনাম প্রাপ্তি। সামাজিক ক্ষেত্রত মান-সম্মান বৃদ্ধিৰ যোগ আছে।। ভ্রমণত বাধা। বিদ্যার্থীসকলৰ মধ্যম
কন্যা :মনোবাঞ্ছা পূর্ণ হ'ব। নিজৰ বাকপটুতাবে বিৰোধীক পৰাস্ত কৰিব পাৰিব। ভৱিষ্যতৰ বাবে আর্থিক পৰিকল্পনা আৰম্ভ কৰিব পাবে।
তুলা: নানা অভাবে আপোনাক অশান্তি দিব। ভ্রমণ হ'ব পাৰে। কৰ্মক্ষেত্ৰত সহযোগীৰ পৰা সহায় লাভ। ব্যবসায়ীৰ শুভ।নানা দিশৰ পৰা আজি আপুনি সুযোগ-সুবিধা পাব।
বৃশ্চিক: ব্যবসায়িক নির্ণয় ভাবি-চিন্তি ল'ব। কোনো নতুন পৰিকল্পনা কৰিলে তাক গোপনে কৰাৰ যত্ন কৰিব। আর্থিকভাবে দুর্বল। বিদ্যার্থীসকলৰ শুভ।
ধনু: স্বাস্থ্য ভালেৰে যাব। যোগাযোগৰ ক্ষেত্রত বাধা পাব। আশা কৰা মতে কাম-কাজ হৈ নুঠিব। প্রেমত মধ্যম। বিদ্যার্থীৰ শুভ।
মকৰ: শাৰীৰিকভাবে আপুনি কষ্ট পাব। আত্মবিশ্বাসেৰে কামত আগবাঢ়িলে সফল হ'ব। ব্যৱসায়ীসকলৰশুভ। বিদ্যার্থীসকলৰ মধ্যম। প্রেমত জটিলতা।
কুম্ভ: ভ্রমণত সিদ্ধি লাভ কৰিব। আনৰ পৰা প্রশংসা লাভ কৰিব পাৰে। পুৰণি বন্ধু তথা সহকর্মীৰ পৰা সহায় লাভ। নতুন কাম আৰম্ভ কৰিব পাৰে।
মীন: সম্পত্তি লাভৰ যোগ। বাক্-বিতণ্ডাৰ পৰা আঁতৰি থাকক। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। স্বাস্থ্যৰ প্রতি যত্ন লোৱা উচিত। প্রেমত মধ্যম।
Leave A Comment