• কাইলৈৰ পৰা আৰম্ভ পৱিত্ৰ শাওণ মাহ, কি খাব আৰু কি নাখাব? কিছুমান গুৰুত্বপূৰ্ণ কথা জানো আহক

    জীৱন শৈলী
    কাইলৈৰ পৰা আৰম্ভ পৱিত্ৰ শাওণ মাহ, কি খাব আৰু কি নাখাব? কিছুমান গুৰুত্বপূৰ্ণ কথা জানো আহক

    ডিজিটেল ডেস্ক : হিন্দু ধৰ্মত শাওণৰ
    এক বিশেষ তাৎপৰ্য্য আছে। এই উপলক্ষে বহু মহিলাই শাওণৰ সোমবাৰে ব্ৰত পালন কৰে। আনকি
    কিছু লোকে গোটেই মাহটোতে ব্ৰত পালন কৰা দেখা যায়। সেয়েহে একাংশ লোকে কেৱল ফল-মূলহে
    খায়। একে সময়তে বহুতে শাওণ মাহত কিছুমান বস্তু খোৱাৰ পৰা বিৰত থাকে। আজি এই লেখাটোত
    আমি আপোনালোকক শাওণৰ ব্ৰতত কি কি খাব লাগে আৰু কি কি খাব নালাগে সেই বিষয়ে বিতংভাৱে
    জানো আহক?



     শাওণ মাহত কি খাব?



     ১. পানীয়ঃ-শাওণ মাহৰ ব্ৰতত বহু
    ধৰণৰ পানীয় সেৱন কৰিব পাৰি। ইয়াত লেমনেড, স্মুদি, নাৰিকলৰ পানী আদি অন্তৰ্ভুক্ত কৰিব
    পাৰি।



     ২. শুকান ফলঃ-শাওণত শুকান ফল সেৱন
    কৰিব পাৰে। ই আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে শাৰীৰিক দুৰ্বলতা
    দূৰ কৰাত অতি ফলপ্ৰসূ। বিশেষকৈ যদি ভোক অনুভৱ হয়, এনে সময়ত এমুঠি শুকান ফল খাব লাগে।



     ৩. শাক-পাচলিঃ-শাওণত আপুনি বহু
    ধৰণৰ শাক-পাচলি যেনে-পানীলাও, কচু আৰু ৰঙলাউক আদি সেৱন কৰিব পাৰে। ইয়াক বিশুদ্ধ আৰু
    সাত্ত্বিক খাদ্য বুলি গণ্য কৰা হয়। ইয়াৰ বাহিৰেও বহু ধৰণৰ সতেজ ফলমূল সেৱন কৰিব পাৰে।



     শাওণ মাহত কি নাখাব?



    * পুৱা সাৰ পোৱাৰ পিছত চাহ নাখাব,
    পুৱা খালী পেটত চাহ খালে গোটেই দিনটো গেছ সমস্যা থাকে। বৰঞ্চ দিনত কিছু পৰিমাণে লঘু
    আহাৰ খাব পাৰে।



    * শাওণত বহু সময় খালী পেটে থাকিব
    নালাগে। ইয়াৰ ফলত ইমিউন পাৱাৰ উইক হয়, যাৰ ফলত গুৰুতৰ সমস্যাৰ আশংকা থাকে।



    Calibri;mso-fareast-theme-font:minor-latin;mso-ansi-language:EN-US;mso-fareast-language:
    EN-US;mso-bidi-language:AR-SA">* শাওণত বেছিকৈ ভজা-পুৰা খাব নালাগে। ইয়াৰ ফলত গেছ,
    বদহজম আৰু কোষ্ঠকাঠিন্য হ
    mso-ascii-font-family:Vrinda;mso-fareast-font-family:Calibri;mso-fareast-theme-font:
    minor-latin;mso-hansi-font-family:Vrinda;mso-bidi-font-family:Vrinda;
    mso-ansi-language:EN-US;mso-fareast-language:EN-US;mso-bidi-language:AR-SA">’
    Calibri;mso-fareast-theme-font:minor-latin;mso-ansi-language:EN-US;mso-fareast-language:
    EN-US;mso-bidi-language:AR-SA">ব পাৰে।