• কোনবোৰ তেজৰ গ্ৰুপৰ লোক আটাইতকৈ বুদ্ধিমান আৰু উচ্চ চিন্তা শক্তিসম্পন্ন? জানো আহক…

    জীৱন শৈলী
    কোনবোৰ তেজৰ গ্ৰুপৰ লোক আটাইতকৈ বুদ্ধিমান আৰু উচ্চ চিন্তা শক্তিসম্পন্ন? জানো আহক…

    ডিজিটেল ডেস্ক : প্ৰায়ে মানুহে
    জানিব বিচাৰে কোনবোৰ লোকৰ মগজু আটাইতকৈ বেছি দ্ৰুত। কোনজন মানুহ আটাইতকৈ বেছি চতুৰ?
    বেছিভাগেই আপুনি নিশ্চয় পৰিয়ালৰ সদস্যসকলে এই বিষয়ে কোৱা শুনিছে। আজি আমি আপোনালোকক
    জনাম যে কোনজন ব্লাড গ্ৰুপৰ লোকৰ মগজু আটাইতকৈ বেছি দ্ৰুত আৰু তেওঁলোক স্বভাৱগতভাৱে
    চতুৰ।



     হয়, তেজৰ গ্ৰুপ অনুসৰি শৰীৰৰ গঠন
    অলপ বেলেগ হয় আৰু ই আপোনাৰ শৰীৰ লগতে মন আৰু অন্য অংগবোৰতো প্ৰভাৱ পেলায়। কিন্তু
    কোনটো ব্লাড গ্ৰুপৰ মানুহ বেছি বুদ্ধিমান আৰু উচ্চ চিন্তা শক্তিসম্পন্ন হয় জানো আহক।



     কোন ব্লাড গ্ৰুপৰ লোকৰ মগজু বেছি
    দ্ৰুত?



    ১. B+ তেজৰ গোটঃ-কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত
    ব্লাড গ্ৰুপৰ ওপৰত এক গৱেষণা কৰা হৈছিল, য
    ত দেখা গৈছিল যে সকলো ব্লাড গ্ৰুপৰ ভিতৰত ‘বি
    পজিটিভ ব্লাড গ্ৰুপ
    থকা লোকৰ মগজু আটাইতকৈ বেছি দ্ৰুত। এই গৱেষণাত কোৱা হৈছিল যে
    বি পজিটিভ ব্লাড গ্ৰুপৰ লোকৰ চিন্তাশক্তি আন লোকৰ তুলনাত উচ্চ। যিসকল লোকৰ ব্লাড গ্ৰুপ
    ‘বি’ পজিটিভ, তেওঁলোকৰ মগজুত পেৰিটনিয়াল আৰু টেম্প
    ৰেল লোবৰ মস্তিষ্ক অধিক সক্ৰিয়
    হয়, যাৰ ফলত তেওঁলোকৰ স্মৃতিশক্তি চোকা হয় আৰু মগজু সক্ৰিয় হৈ থাকে।



     ২. O+ তেজৰ গোটঃ-‘O’ পজিটিভ ব্লাড
    গ্ৰুপ থকা লোক দ্বিতীয় নম্বৰত আহে। এইসকল লোকৰ মগজু বৰ চোকা। এই ব্লাড গ্ৰুপৰ লোকৰ
    ৰক্ত সঞ্চালন আন লোকতকৈ ভাল শক্তিশালী। এওঁলোকৰ মগজুত অক্সিজেনৰ প্ৰবাহ ভাল হয় বাবে
    স্মৃতিশক্তি ভাল হয়। ‘O positive’ লোকৰ মগজুত Cerebrum অধিক সক্ৰিয় হয়।



     গৱেষণাই কি কয়?



    Calibri;mso-fareast-theme-font:minor-latin;mso-ansi-language:EN-US;mso-fareast-language:
    EN-US;mso-bidi-language:AR-SA">কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে তেজৰ গ্ৰুপৰ
    সন্দৰ্ভত এই গৱেষণা কৰিছিল। ইয়াত সকলো তেজৰ গোটৰ ৬৯জনৰ ওপৰত অধ্যয়ন কৰা হৈছিল। এই
    লোকসকলৰ তেজৰ নমুনা লৈ গৱেষণা কৰি মানুহৰ মগজুৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হৈছিল। এই গৱেষণাত
    দেখা গ
    mso-ascii-font-family:Vrinda;mso-fareast-font-family:Calibri;mso-fareast-theme-font:
    minor-latin;mso-hansi-font-family:Vrinda;mso-bidi-font-family:Vrinda;
    mso-ansi-language:EN-US;mso-fareast-language:EN-US;mso-bidi-language:AR-SA">’
    Calibri;mso-fareast-theme-font:minor-latin;mso-ansi-language:EN-US;mso-fareast-language:
    EN-US;mso-bidi-language:AR-SA">ল যে ‘বি পজিটিভ
    mso-fareast-font-family:Calibri;mso-fareast-theme-font:minor-latin;mso-hansi-font-family:
    Vrinda;mso-bidi-font-family:Vrinda;mso-ansi-language:EN-US;mso-fareast-language:
    EN-US;mso-bidi-language:AR-SA">’
    minor-latin;mso-ansi-language:EN-US;mso-fareast-language:EN-US;mso-bidi-language:
    AR-SA"> আৰু ‘অ
    mso-ascii-font-family:Vrinda;mso-fareast-font-family:Calibri;mso-fareast-theme-font:
    minor-latin;mso-hansi-font-family:Vrinda;mso-bidi-font-family:Vrinda;
    mso-ansi-language:EN-US;mso-fareast-language:EN-US;mso-bidi-language:AR-SA">’
    Calibri;mso-fareast-theme-font:minor-latin;mso-ansi-language:EN-US;mso-fareast-language:
    EN-US;mso-bidi-language:AR-SA"> পজিটিভ
    Calibri;mso-fareast-theme-font:minor-latin;mso-hansi-font-family:Vrinda;
    mso-bidi-font-family:Vrinda;mso-ansi-language:EN-US;mso-fareast-language:EN-US;
    mso-bidi-language:AR-SA">’
    minor-latin;mso-ansi-language:EN-US;mso-fareast-language:EN-US;mso-bidi-language:
    AR-SA"> ৰক্ত গ্ৰুপৰ লোকৰ মগজু আনতকৈ বেছি দ্ৰুত তথা উচ্চ চিন্তা শক্তিসম্পন্ন।

    minor-latin;mso-ansi-language:EN-US;mso-fareast-language:EN-US;mso-bidi-language:
    AR-SA">
    minor-latin;mso-ansi-language:EN-US;mso-fareast-language:EN-US;mso-bidi-language:
    AR-SA">
    minor-latin;mso-ansi-language:EN-US;mso-fareast-language:EN-US;mso-bidi-language:
    AR-SA">