National
A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day after the main opposition leader was disqualified from parliament. Gandhi claimed...
Digital Desk: A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day
গুৱাহাটী : অসমত হাইভ’ল্টেজ প্ৰচাৰ চলাব বিজেপিয়ে৷ নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে সমষ্টিয়ে সমষ্টিয়ে আসন দখলৰ চেষ্টা শাসকীয় দলটোৰ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ অসমত নিৰ্বাচনী ধুমুহা বলাবৰ বাবে আহিব বুলি জানিব পৰা গৈছে৷
আৰু পঢ়িব পাৰিব : পূৰ্বৰ নিৰ্বাচনত নথকা বিশেষ পোষ্টেল বেলেট ব্যৱস্থা গ্ৰহণ ৰাজ্যিক নিৰ্বাচন আয়োগৰ
পুনৰ ৬ বাৰ অসমত প্ৰচাৰ চলাব আহিব প্ৰধানমন্ত্ৰী মোদী৷ ইতিমধ্যে মোদীৰ সভাৰ দিন আৰু স্থান চূড়ান্ত কৰিছে বিজেপিয়ে৷ অসমৰ লগতে পশ্চিমবংগতো ২০ খন নিৰ্বাচনী সভাত অংশ ল’ব মোদীয়ে৷
আৰু পঢ়িব পাৰিব : লুৰীণজ্যোতি গগৈৰ ওপৰত কৰা আক্ৰমণৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ
অৱশ্যে বৰ্তমানলৈকে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা নাই যদিও এইবাৰ নিৰ্বাচনত বহু নতুন প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব লাভ কৰিব বুলি প্ৰায় নিশ্চিত কৰিছে ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা৷
Leave A Comment