Business
Digital Desk : There have been reports that Starbucks is planning to exit the Indian market. Due to high operating costs and low profitability, the brand is facing losses and it may force them to end its joint venture with Tata.
নতুন দিল্লী: ৰূপ সলনি কৰা কৰ'না ভাইৰাছৰ নতুন ষ্ট্ৰেইনক লৈ আতংক অব্যাহত থকাৰ মাজতে লণ্ডনৰপৰা ২৪৬জন যাত্ৰীক লৈ ‘এয়াৰ ইণ্ডিয়া’ৰ এখন বিমান দিল্লীত অৱতৰণ কৰিছে৷
আৰু পঢ়িব পাৰিব : ক’ভিড ভেকচিনৰ দ্বিতীয় পৰ্যায়ৰ ড্ৰাই ৰান : গুৱাহাটীৰ ক’ত হ’ব এই প্ৰক্ৰিয়া ?
উল্লেখ্য যে ভাইৰাছ সংক্ৰমণৰ ভয়াৱহতাৰ বাবে ২৩ ডিচেম্বৰৰপৰা বন্ধ হৈ থকা বিমানৰ যাতায়াত ব্ৰিটেইনৰপৰা ভাৰতলৈ আজিৰেপৰা পুনৰ আৰম্ভ হৈছে৷ ইফালে দেশত নতুন ষ্ট্ৰেইনৰ ক'ভিড সংক্ৰমণ ৭২লৈ বৃদ্ধি হোৱা সত্ত্বেও বুধবাৰৰপৰা ভাৰতৰপৰা ব্ৰিটেইনলৈ বিমান চলাচল আৰম্ভ হয়৷
আৰু পঢ়িব পাৰিব : অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবক সাক্ষাৎ আছুৰ শীৰ্ষ নেতৃত্বৰ
চৰকাৰী সূত্ৰ মতে ২৩ জানুৱাৰী পৰ্যন্ত ভাৰতৰপৰা ১৫খন আৰু ব্ৰিটেইনৰপৰা ১৫খন বিমান দেশ দুখনৰ মাজত চলাচল কৰিব৷
Leave A Comment