National
A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day after the main opposition leader was disqualified from parliament. Gandhi claimed...
Digital Desk: A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day
নতুন দিল্লী : দেশৰ ৮খনকৈ ৰাজ্যত আজি নিযুক্তি দিয়া নতুন ৰাজ্যপাল৷ কৰ্ণাটক, হাৰিয়ানা, মিজোৰাম, মধ্যপ্ৰদেশ, হিমাচল প্ৰদেশ, গোৱা, ত্ৰিপুৰা, ঝাৰখণ্ডৰ নতুন ৰাজ্যপাল নিযুক্তি দিয়া হয়৷
কৰ্ণাটকৰ নতুন ৰাজ্যপাল থাৱাৰচান্দ গেহলট, হাৰিয়ানাৰ নতুন ৰাজ্যপাল বান্দাৰু দত্তাত্ৰেয়, মিজোৰামৰ ৰাজ্যপাল হৰিবাবু কম্ভামপতি, মধ্যপ্ৰদেশৰ ৰাজ্যপালৰ দায়িত্ব মংগুভাই পেটেলক, হিমাচল প্ৰদেশৰ ৰাজ্যপাল ৰাজেন্দ্ৰন ভি আৰ্লেকাৰ, গোৱাৰ ৰাজ্যপাল পি এছ শ্ৰীধৰণ পিল্লাই, ত্ৰিপুৰাৰ নতুন ৰাজ্যপাল সত্যদেৱ নাৰায়ণ আৰ্য আৰু ঝাৰখণ্ডৰ নতুন ৰাজ্যপাল ৰমেশ বেইছ৷
শীঘ্ৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাৰ বহু চৰ্চিত সম্প্ৰসাৰণৰ পূৰ্বেই নিযুক্তি প্ৰদান কৰে নতুন ৰাজ্যপালক৷
Leave A Comment