• ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে মাওবাদীৰ প্ৰচণ্ড সংঘৰ্ষ; নিহত ২৯ মাওবাদী

    ৰাষ্ট্ৰীয়
    ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে মাওবাদীৰ প্ৰচণ্ড সংঘৰ্ষ; নিহত ২৯ মাওবাদী
    ডিজিটেল ডেস্ক: ছত্তীশগড়ৰ কানকেৰ জিলাত নিৰাপত্তাৰক্ষীৰে প্ৰচণ্ড সংঘৰ্ষত ২৯ মাওবাদী নিহত হৈছে৷ 

    নিৰাপত্তাৰীৰে সংঘৰ্ষত নিহত মাওবাদীকেইটা৷ 

    নিহতৰ ভিতৰত কেইবাজনো দুৰ্ধৰ্ষ মাওবাদী নেতা৷ 

    সংঘৰ্ষত নিহত শংকৰ ৰাও নামৰ দুৰ্ধৰ্ষ জ্যেষ্ঠ নেতা৷ 

    ৰাওৰ শিৰৰ মূল্য আছিল ২৫ লাখ টকা৷ BSF-DRGএ চলাইছিল যুটীয়া অভিযান৷ 

    BSFৰ পৰিদৰ্শকসহ দুই নিৰাপত্তাৰক্ষী আহত৷ ঘটনাস্থলীৰ পৰা ৫টা AK-47 জব্দ কৰে নিৰাপত্তাৰক্ষীয়ে৷