comScore
  • ট্ৰেন্সফাৰ লাগে যদি তোমাৰ পত্নী মোৰ লগত শুব লাগিব! বিষয়াৰ প্ৰস্তাৱত লাইনমেনৰ আত্মহত্যা

    ৰাষ্ট্ৰীয়
    ট্ৰেন্সফাৰ লাগে যদি তোমাৰ পত্নী মোৰ লগত শুব লাগিব! বিষয়াৰ প্ৰস্তাৱত লাইনমেনৰ আত্মহত্যা
    ডিজিটেল ডেস্কঃ এগৰাকী বিষয়াৰ অত্যাচাৰত অতিষ্ঠ হৈ এজন লাইনমেনে কৰিলে আত্মহত্যা। ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী জিলাত। বিদ্যুৎ বিভাগত লাইনমেন হিচাপে কাম কৰা গকুল প্ৰসাদ নামৰ লোকজনে নিজৰ ট্ৰেন্সফাৰ বিচাৰিছিল। 

    বিদ্যুৎ বিভাগৰ কনিষ্ঠ অভিযন্তা নগেন্দ্ৰ কুমাৰে গকুল প্ৰসাদক প্ৰস্তাৱ দিয়ে যে ''যদি তুমি ট্ৰেন্সফাৰ বিচাৰা তেন্তে তোমাৰ পত্নীক মোৰ ওচৰলৈ পঠাই দিয়া। তেওঁ মোৰ লগত শুব লাগিব।'' এই কথাত মানসিকভাৱে আঘাত পাই গকুল প্ৰসাদে নিজৰ গাত পেট্ৰ'ল ঢালি জুই লগাই দিয়ে। পালিয়া আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত এখন চহৰৰ এটা বিদ্যুৎ উপ-কেন্দ্ৰত কাম কৰা কৰা লাইনমেন গকুল প্ৰসাদে নগেন্দ্ৰ কুমাৰৰ নিৰ্যাতনত বিৰক্ত হৈ নিজৰ গাত পেট্ৰ'ল ঢালি জ্বলাই দিয়ে। 

    গোকুল প্ৰসাদে পালিয়া পাৱাৰ চাব ষ্টেচনৰ কাৰ্যালয়ৰ বাহিৰত নিজৰ গাত পেট্ৰ'ল ঢালি জুই লগাই আত্মহত্যা কৰে। ঘটনাটোৰ বিষয়ে জানিব পাৰি পৰিয়ালৰ সদস্যসকলে জুইত জ্বলি যোৱা গকুল প্ৰসাদক চিকিৎসাৰ বাবে জিলা চিকিৎসালয়লৈ লৈ আহে। উন্নত চিকিৎসাৰ বাবে তেওঁক লক্ষ্ণৌলৈ লৈ যোৱা হয়। 

    চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় গকুল প্ৰসাদৰ। বিষয়টোৰ গুৰুত্ব বিবেচনা কৰি লখিমপুৰ খেৰী জিলাৰ ডিএম মহেন্দ্ৰ বাহাদুৰ সিঙে বিদ্যুৎ নগেন্দ্ৰ কুমাৰক তাৎক্ষণিকভাৱে নিলম্বন কৰিছে।গকুল প্ৰসাদৰ পৰিয়ালৰ সদস্যসকলে নগেন্দ্ৰ কুমাৰ আৰু অন্যান্য কৰ্মচাৰীৰ বিৰুদ্ধে আৰক্ষীক লিখিত অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ ক্ষীপ্ৰ তদন্তত নামি পৰিছে। 

    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam online