• অসমত কেন্দ্ৰীয় নেতাৰ ভিৰ, আজি শ্বাহ, নাড্ডাৰ প্ৰচাৰ

    ৰাজনৈতিক
    অসমত কেন্দ্ৰীয় নেতাৰ ভিৰ, আজি শ্বাহ, নাড্ডাৰ প্ৰচাৰ

    গুৱাহাটী : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসমত ভিৰ বাঢ়িেছে কেন্দ্ৰীয় নেতাৰ। বিজেপিৰ দুই শীৰ্ষ নেতাই আজি নিৰ্বাচনী প্ৰচাৰ চলাব। পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা৷

    আৰু পঢ়িব পাৰিব : ভাল খবৰঃ কম মূল্যত বজাৰত উপলব্ধ হ’ব পেট্ৰল-ডিজেল

    ৰাজ্যখনৰ কেইবাঠাইতো নিৰ্বাচনী প্ৰচাৰ চলাব দুয়োগৰাকী নেতাই৷ মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব অমিত শ্বাহে৷ লগতে ভূৱন পেগুৰ হৈ জোনাইতো প্ৰচাৰ চলাব৷ ওদালগুৰিতো এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীগৰাকী শ্বাহে৷

    আৰু পঢ়িব পাৰিব : ‘জয় আই অসম’ ধ্বনিৰে ভাষণ আৰম্ভ প্ৰিয়ংকা গান্ধীৰ

    তদুপৰি, টিংখাঙত প্ৰচাৰ চলাব বিজেপিৰ ৰাষ্ট্রীয় সভাপতি নাড্ডাই৷ তিতাবৰ, বিহালীতো অংশ ল’ব নিৰ্বাচনী সভাত৷