• আজি গুৱাহাটীলৈ আহিব অমিত শ্বাহ

    ৰাজনৈতিক
    • আজি গুৱাহাটীত উপস্থিত হ’ব গৃহমন্ত্ৰী অমিত শ্বাহ
    • গুৱাহাটী মেডিকেল কলেজ হাস্পতালত আজি তেওঁ উদ্বোধন কৰিব ৰেডিঅ’ থেৰাপী ব্লক৷ শংকৰদেৱ কলাক্ষেত্ৰতো অংশ ল’ব এক অনুষ্ঠানত
    • কেইবাখনো নতুন আঁচনি উদ্বোধন কৰিব গৃহমন্ত্ৰীয়ে
    • ক'ভিডত ক্ষতিগ্ৰস্ত পৰিয়াললৈ আগবঢ়াব চেক্৷ আধাৰশিলা স্থাপন কৰিব তামুলপুৰ মেডিকেল কলেজৰ৷
    • কলাক্ষেত্ৰৰ পৰাই ভাৰ্ছুৱেলী স্থাপন কৰিব আধাৰশিলা৷

    Weather Forecast