comScore
  • দেশৰ ছয়খন ৰাজ্যত ৩১ মাৰ্চত ৰাজ্যসভাৰ নিৰ্বাচন

    ৰাজনৈতিক
    দেশৰ ছয়খন ৰাজ্যত ৩১ মাৰ্চত ৰাজ্যসভাৰ নিৰ্বাচন

    খালী হ’ব অসমৰ দুখন আসন


    প্ৰস্তুতি আৰম্ভ কংগ্ৰেছ-বিজেপিৰ

    ডিজিটেল ডেস্ক: আজি ভাৰতৰ নিৰ্বাচন আয়োগে ৩১ মাৰ্চত ভাৰতৰ ছয়খন ৰাজ্যত ১৩খন আসনৰ ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে৷ পঞ্জাবত পাঁচখন, কেৰালাত তিনিখন, অসমত দুখন, হিমাচল প্ৰদেশ, ত্ৰিপুৰা আৰু নাগালেণ্ডত এখন আসনৰ বাবে অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন৷

    ৰাজ্যসভাৰ কাৰ্যকাল শেষ হ’বলগীয়া সাংসদসকল হৈছে- অসমৰ ৰাণী নৰহ আৰু ৰিপুণ বৰা, হিমাচল প্ৰদেশৰ আনন্দ শৰ্মা, এ কে এণ্টনী, এম ভি শ্ৰেয়ামছ কুমাৰ আৰু কেৰালাৰ সোমাপ্ৰসাদ কে, নগালেণ্ডৰ কে জি কেনি, ত্ৰিপুৰাৰ ঝৰ্ণা দাস (বাইদ্য), সুখদেৱ সিং, পাৰ্টপ সিং বাজৱা, নৰেশ মালিক, নৰেশ গুয়েৰছ চামৰুল সিং।

    ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী অধিসূচনা জাৰি হ’ব ১৪ মাৰ্চত৷ মনোনয়ন-পত্ৰ দাখিল কৰাৰ অন্তিম দিন ২১মাৰ্চ ধাৰ্য কৰা হৈছে৷ মনোনয়ন-পত্ৰ পৰীক্ষা কৰা হ’ব ২২মাৰ্চত৷ ২১ মাৰ্চ, ২৪ মাৰ্চ হৈছে মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন৷ ভোটদানৰ তাৰিখ ৩১ মাৰ্চ নিৰ্ধাৰণ কৰিছে নিৰ্বাচন আয়োগে৷ ভোটদানৰ সময় পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৪ বজালৈ৷ ভোটগ্ৰহণৰ দিনটোতে সন্ধিয়া পাঁচ বজাৰ পৰা অনুষ্ঠিত হ'ব ভোটগণনা প্ৰক্ৰিয়া৷

    আয়োগে নিৰ্দেশ দিছে যে বেলট পেপাৰত অগ্ৰাধিকাৰ চিহ্নিত কৰাৰ উদ্দেশ্যে ৰিটাৰ্ণিং বিষয়াই প্ৰদান কৰা পূৰ্ব-নিৰ্ধাৰিত নিৰ্দিষ্টকৰণৰ কেৱল একত্ৰিত বেঙুনীয়া ৰঙৰ স্কেচপেন(বোৰ) ব্যৱহাৰ কৰা হ’ব। এই নিৰ্বাচনত আন কোনো কলম কোনো পৰিস্থিতিতে ব্যৱহাৰ কৰা নহ’ব।
    scatter hitamslot thailandmpo slotsv388mahjong ways 2slot777https://www.satudatadesa.com/link agen sbobet loginLink Agen Sabung Ayam OnlineMix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter Hitamslot gacorsabung ayam onlineindojawa88sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388agen sbobet situs sabung ayam situs scatter hitam agen bola scatter hitam mahjong sabung ayam online 24 jam mix parlay slot terpercaya bandar sabung ayam sbobet88agen sbobet