• প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ভোটাৰৰ উৎসাহ

    ৰাজনৈতিক
    প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ভোটাৰৰ উৎসাহ

    শিৱসাগৰ : বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটদানৰ প্ৰতি জনতাৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হ'ল৷ শনিবাৰে হৈ যোৱা প্ৰথম পৰ্যায়ত ৪৭টা সমষ্টিত ৭৭.০১% ভোটাৰে ভোটদান কৰে৷ ইয়াৰে মাহমৰা সমষ্টিত সৰ্বাধিক ৮৬.৭৫%ই ভোটদান কৰে৷





    আৰু পঢ়িব পাৰিব : মুখ্যমন্ত্ৰী সোণোৱালৰ কনভয়ৰ খুন্দাত আহত হয় এজন বাইক আৰোহী





    তদুপৰি সোণাৰি সমষ্টিত ৮৪.৫৬%, আমগুৰিত ৮৩% ভোটদান৷ এইবাৰ বহু সমষ্টিত ভোটদানৰ হাৰ ৮০ শতাংশৰ অধিক বুলি জানিব পৰা গৈছে৷ ৭১.৮০%ৰে সৰ্বনিম্ন ভোটদান শোণিতপুৰত সমষ্টিত৷





    আৰু পঢ়িব পাৰিব : নিৰ্বাচনী হিংসা : প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাই গুলীচালনা, আক্ৰমণ !





    ইপিনে ১ এপ্ৰিলত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ দ্বিতীয় পৰ্যায়ত মুঠ ৩৯টা সমষ্টিত হ’ব ভোটগ্ৰহণ৷ ভোটদানৰ সময়ত বিভিন্ন বিসংগতিয়ে দেখা দিলেও সামগ্ৰিকভাৱে নিয়াৰিকৈ সম্পন্ন হয় প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া৷


    sv388sv388sabung ayam onlinesv388agen sabung ayamsitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamlive casinosv388slot server thailandslotlive casino onlineagen sabung ayamlive casino Onlinescatter hitamhongkong poolslive casino onlinesabung ayam onlinelive casino onlinesabung ayam online