comScore
  • কংগ্ৰেছত ধাৰাবাহিক বিপৰ্যয়; এইবাৰ পদ এৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আনন্দ শৰ্মাই

    ৰাজনৈতিক
    কংগ্ৰেছত ধাৰাবাহিক বিপৰ্যয়; এইবাৰ পদ এৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আনন্দ শৰ্মাই
    ডিজিটেল ডেস্ক: কংগ্ৰেছত বলিছে এতিয়া পদত্যাগৰ ধুমুহা৷ জ্যেষ্ঠনেতা গোলাম নবী আজাদৰ পাছত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আনন্দ শৰ্মাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ হিমাচল প্ৰদেশ সমিতিৰ পৰিচালনা সমিতিৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰিছে৷ আনন্দ শৰ্মাই দলৰ পৰা পদত্যাগ কৰাৰ ফলত কংগ্ৰেছে আন এক বিপৰ্যয়ৰ যে সন্মুখীন হ’ব লাগিব, সেয়া নিশ্চিত৷

    প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আনন্দ শৰ্মাই হিমাচল প্ৰদেশ কংগ্ৰেছৰ পৰিচালনা সমিতিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছে। সূত্ৰসমূহে কৈছিল যে কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীলৈ লিখা এখন পত্ৰত আনন্দ শৰ্মাই কৈছিল যে তেওঁৰ ‘আত্মসন্মান অমীমাংসিত’৷ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদৰ একে ধৰণৰ পদক্ষেপৰ মাত্ৰ পাঁচ দিন পাছতেই আনন্দ শৰ্মাই এই পদক্ষেপ গ্ৰহণ কৰিছে।
    scatter hitamslot thailandmpo slotsv388mahjong ways 2slot777https://www.satudatadesa.com/link agen sbobet loginLink Agen Sabung Ayam OnlineMix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter Hitamslot gacorsabung ayam onlineindojawa88sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388agen sbobet situs sabung ayam situs scatter hitam agen bola scatter hitam mahjong sabung ayam online 24 jam mix parlay slot terpercaya bandar sabung ayam sbobet88agen sbobet