• ভাৰত নে INDIA! বিৰোধীৰ নতুন নাম সন্দৰ্ভত কৰা টুইট কিয় ডিলিট কৰিলে হিমন্ত বিশ্ব শৰ্মাই?

    ৰাজনৈতিক
    ভাৰত নে INDIA! বিৰোধীৰ নতুন নাম সন্দৰ্ভত কৰা টুইট কিয় ডিলিট কৰিলে হিমন্ত বিশ্ব শৰ্মাই?
    ডিজিটেল ডেস্কঃ বছৰ বছৰ  ধৰি চলি অহা বিতৰ্কই বৰ্তমান নতুন গতি লাভ কৰিছে। আৰু এই বিতৰ্কৰ সূত্ৰপাত হৈছে আৰম্ভ হৈছিল মঙলবাৰে যেতিয়া ২৬টা দলীয় বিৰোধী দলে নিজৰ মিত্ৰজোঁটৰ নাম INDIA ৰখাৰ পৰা৷ বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰে যে "INDIAৰ বাবে কংগ্ৰেছ, ভাৰতৰ বাবে মোডী জী"।অৱশ্যে বৰ্তমান সেই টুইটটো ইডিট কৰি INDIAৰ বাবে কংগ্ৰেছ শাৰীটো আঁতৰাই দিয়া হৈছে৷

    ইপিনে হিমন্ত বিশ্ব শৰ্মাই নিজৰ টুইটাৰ বায়’ সলনি কৰি আগৰ INDIAৰ ঠাইত ভাৰত শব্দৰ প্ৰয়োগ কৰে।INDIA বনাম ভাৰতৰ বিতৰ্কত সোমাই পৰা ৰাজনীতিবিদসকলৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা অন্যতম।বৰ্তমান এই বিষয়টোৰ মাজত সোমাই পৰিছে শাসকীয় বিজেপি আৰু বিৰোধী দুয়োটা দলৰ ৰাজনীতিবিদ।

    বৰ্তমানৰ পৰিস্থিতিয়ে এক সংহত আৰু সৰ্বাংগসুন্দৰ জাতি বজাই ৰাখি ভাৰতৰ জনসাধাৰণৰ বৈচিত্ৰ্যপূৰ্ণ পৰিচয় আৰু আকাংক্ষাৰ মাজত ভাৰসাম্য ৰক্ষাৰ বাবে চলি থকা সংগ্ৰামক কুৰুচিপূৰ্ণভাৱে বিতৰ্কত প্ৰতিফলিত কৰা হৈছে। এই বিতৰ্কৰ সমাধানৰ বাবে ইতিহাস, সংস্কৃতি, আৰু সম

    @stak('js')