• মিজোৰামত MNF আৰু ZPMৰ মাজত হৈছে মূল যুঁজ; ৰাজনৈতিক বিকল্প হিচাপে বিবেচিত ZPM

    ৰাজনৈতিক
    মিজোৰামত MNF আৰু ZPMৰ মাজত হৈছে মূল যুঁজ; ৰাজনৈতিক বিকল্প হিচাপে বিবেচিত ZPM

    ডিজিটেল ডেস্ক: মিজোৰামৰ ৪০টা বিধানসভা সমষ্টিৰ ভোটগণনা আৰম্ভ হৈছে৷ ১৭৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব আজি৷

     

    ১৮ গৰাকী মহিলা প্ৰাৰ্থীয়েও এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে মিজোৰামত৷ ৮.৫৭ লাখৰো অধিক ভোটাৰে নিৰ্ণয় কৰিলে প্ৰাৰ্থীৰ ভাগ্য৷ মিজোৰামত হৈছে তিনিকোণীয়া যুঁজ৷ MNF, ZPM, কংগ্ৰেছৰ মাজতে হৈছে মূল যুঁজ৷ ZPM এইবাৰ ৰাজনৈতিক বিকল্প হিচাপে বিবেচিত হৈছে মিজোৰামত৷