comScore
  • কোভিড ভেকছিনৰ বাবে বাঢ়িছে নেকি হাৰ্ট এটেকৰ সংখ্যা? কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে কি ক’লে জানো আহক

    ৰাজনৈতিক
    কোভিড ভেকছিনৰ বাবে বাঢ়িছে নেকি হাৰ্ট এটেকৰ সংখ্যা? কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে কি ক’লে জানো আহক
    ডিজিটেল ডেস্কঃ বৰ্তমান কোভিড-১৯ স্থানীয় (এণ্ডেমিক ৰোগ) হোৱাৰ উপক্ৰম হৈছে যদিও দেশৰ বিজ্ঞানীসকলে ইয়াৰ প্ৰতিটো নতুন ভিন্নতাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। ইয়াৰ সমান্তৰালকৈ চৰকাৰো এই বিষয়ত সদায়  হাই এলাৰ্টত থাকিব। মঙলবাৰে (২০ জুন) এই মন্তব্য প্ৰদান কৰিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মানসুখ মাণ্ডবিয়াই। ইয়াৰ লগতে শেহতীয়াকৈ কোভিড ভেকচিনৰ বাবে কাৰ্ডিয়াক এৰেষ্টৰ ৰোগী বৃদ্ধি পোৱাৰ খবৰকো তেওঁ পোনচাটেই নাকচ কৰিছে।

    মানসুখ মাণ্ডবিয়াই কয় যে কোভিড ভেকচিন সম্পৰ্কীয় গৱেষণাৰ পৰা আৰম্ভ কৰি ইয়াৰ প্ৰয়োগলৈকে সমগ্ৰ প্ৰক্ৰিয়াটোত প্ৰতিষ্ঠিত আন্তৰ্জাতিক সকলো মানদণ্ড পালন কৰা হৈছিল। বিভিন্ন শাৰীৰিক আৰু সাধাৰণ প্ৰক্ৰিয়াৰ বাবে আগতে ভেকচিন প্ৰস্তুত আৰু অনুমোদন কৰিবলৈ অধিক সময় লাগিছিল যদিও এইবাৰ বিষয়া-বিজ্ঞানীসকলে কৃত্ৰিম বুদ্ধিমত্তা (AI)কে ধৰি শেহতীয়া প্ৰযুক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিলে আৰু সেয়েহে সমগ্ৰ প্ৰক্ৰিয়াটো দ্ৰুত কৰিব পৰা গ’ল৷

    দৰাচলতে সংবাদ মাধ্যমৰ বাতৰিত দাবী কৰা হৈছিল যে ভেকচিনৰ বাবে দিয়া অনুমোদন দীৰ্ঘম্যাদী পাৰ্শ্বক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি খৰখেদাকৈ কৰা হৈছিল আৰু এই কাৰণেই শেহতীয়াকৈ হাৰ্ট এটেকৰ ৰোগী বৃদ্ধি পাইছে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় সংবাদ সংস্থাক জনাইছে যে প্ৰধানমন্ত্ৰী মোদীয়ে আৰম্ভণিৰে পৰাই কোভিড মেনেজমেণ্টৰ পৰা আৰম্ভ কৰি ভেকচিন গৱেষণা আৰু টিকাকৰণ অভিযানৰ অনুমোদনলৈকে সকলো প্ৰক্ৰিয়াৰ বাবে বৈজ্ঞানিক পদ্ধতি অনুসৰণ কৰিছিল।

    মানসুখ মাণ্ডবিয়াই কয় যে আমি মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ বৈজ্ঞানিক পদ্ধতি অনুসৰণ কৰিছিলো। তথ্য বিশ্লেষণ আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি কৰা হৈছিল। বিশ্বব্যাপী কোম্পানীসমূহে অনুসৰণ কৰা একে আন্তৰ্জাতিক মানদণ্ড ভাৰতে পালন কৰিছিল। সেয়েহে চিন্তাৰ কোনো কাৰো নাই৷

    scatter hitamslot thailandmpo slotsv388sabung ayam onlinemahjong ways 2agen bolasabung ayam onlineindojawa88akun pro thailandslot777bandar sabung ayam onlineagen bola sbobetlink sabung ayam onlinesitus sabung ayam online 24 jambocoran scatter hitamlive casino onlinelink mahjong ways 2 terbaruscatter hitam mahjong wins 3link sbobetsabung ayam online terpercayasitus mix parlayakun vipsabung ayam online resmihttps://baliprodesign.com/ https://www.bhumisangtu.com/auth/dex/https://www.satudatadesa.com/https://www.bhumisangtu.com/auth/dir/https://www.bhumisangtu.com/auth/dist/https://scop3group.com/bin/lang/https://scop3group.com/bin/text/https://scop3group.com/bin/core/https://ipmmakassar.or.id/lib/h5p/Link Demo Mahjong Ways 2link agen sbobet loginLink Agen Sabung Ayam Onlinesbobetscatter hitamsv388mix parlaysabung ayam onlinesitus slot thailandLive Casino OnlineScatter HitamSV388Mix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter HitamSV388sv388slot gacoragen sabung ayamsabung ayam onlineindojawa88sabung ayam online