• অসমত লকডাউন তথা সান্ধ্যআইনৰ কোনো সম্ভাৱনা নাইঃ হিমন্ত

    আঞ্চলিক
    অসমত লকডাউন তথা সান্ধ্যআইনৰ কোনো সম্ভাৱনা নাইঃ হিমন্ত

    গুৱাহাটী : ‘অসমত লকডাউনৰ কোনো সম্ভাৱনা নাই। সান্ধ্যআইনৰো সম্ভাৱনা নাই’- এই কথা স্পষ্ট কৰিলে অসমৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ ৰাজ্যত কেৱল টেষ্ট চলি থাকিব এতিয়াৰেপৰা দৈনিক ৩৫ হাজাৰৰ পৰা ১ লাখ লোকক টেষ্ট কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷





    আৰু পঢ়িব পাৰিব : ভাৰতৰ পৰা যোৱা সকলো লোকৰ বাবে দুৱাৰ বন্ধ কৰিছে নিউজিলেণ্ডে !





    ৪৫ বছৰৰ ওপৰৰ সকলোকে ভেকচিন ল’বলৈ আহ্বান জনায় তেওঁৰ৷ আজি অনুষ্ঠিত এক সংবাদমেলত মন্ত্ৰী হিমন্তই এইবুলিও সদৰী কৰে যে, বিহু ৰাইজে পাতিব পাৰিব। বিহু পতাত অসুবিধা নহ'বৰ বাবেই বঢ়াই তোলা হ'ব টেষ্ট। আনহাতে বিহু পতাত ক্ষেত্ৰত এখন SOP ঘোষণা কৰিব।