• আৰক্ষীৰ গুলীত নিহত অপহৰণকাৰী কে সিদ্ধু

    আঞ্চলিক
    আৰক্ষীৰ গুলীত নিহত অপহৰণকাৰী কে সিদ্ধু

    গুৱাহাটী : আৰক্ষীৰ গুলীত নিহত অপহৰণকাৰী কে সিদ্ধু৷ ৰে’লেৱে আৰক্ষীৰ প্ৰাক্তন আৰক্ষী অধীক্ষক আছিল কে সিদ্ধু৷ অজিত দাস অপহৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড আছিল সিদ্ধু৷ গোপন সুত্ৰৰ পম খেদি কাৰ্বিআংলঙৰ দলদলি বনাঞ্চলত আৰক্ষীয়ে এক অভিযান চলাইছিল৷





    তাত আৰক্ষীৰ পিষ্টল লৈ সিদ্ধুৱে গুলীয়াবলৈ লওতে গুলীচালনাৰ সুত্ৰপাত হয়৷ উল্লেখ্য যে, লাহৰীজানত গ্ৰেপ্তাৰ কৰা হৈছিল কে সিদ্ধুক৷ ড্ৰাগ্ছ সৰবৰাহৰ লগতো জড়িত আছিল কে সিদ্ধু৷ লাহৰীজানৰ পৰা ডিফুলৈ অনাৰ পথত সিদ্ধুক গুলী চালনা কৰে৷ ঘটনাৰ সবিশেষ অনুসৰি, আৰক্ষীৰ পিষ্টল কাঢ়িবলৈ চেষ্টা চলাইছিল সিদ্ধুৱে৷ তেতিয়াই গুলী বিদ্ধ হয় অপৰাধীজন৷