• উত্তৰ গুৱাহাটীৰ ‘আআইটি’ত অচেতন অৱস্থাত উদ্ধাৰ বহিঃৰাজ্যৰ ছাত্ৰী

    আঞ্চলিক
    উত্তৰ গুৱাহাটীৰ ‘আআইটি’ত অচেতন অৱস্থাত উদ্ধাৰ বহিঃৰাজ্যৰ ছাত্ৰী

    উত্তৰ গুৱাহাটীঃ ২৯ মাৰ্চৰ নিশা উত্তৰ গুৱাহাটীৰ ‘আআইটি’ত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল। উক্ত অমানৱীয় কাণ্ডৰ বিষয়ে কৰ্তৃপক্ষই গাপ দি ৰখাৰ বাবে এতিয়াহে পোহৰলৈ আহিছে সমগ্ৰ ঘটনা।





    আৰু পঢ়িব পাৰিব : আৰু অসমলৈ নাহে প্ৰিয়ংকা গান্ধী, নিৰ্বাচনৰ মাজতে ল’লে এই সিদ্ধান্ত





    ২৯ মাৰ্চৰ নিশা অচেতন অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী বহিঃৰাজ্যৰ ছাত্ৰী৷ সেই নিশায়ে জিএমচিএইচত ছাত্ৰীগৰাকীক ভৰ্তি কৰা হৈছিল যদিও ৰহস্যজনকভাৱে চিকিৎসা সম্পূৰ্ণ নহওঁতেই লৈ যোৱা হৈছিল ছাত্ৰীগৰাকীক৷ চিকিৎসকৰ পৰামৰ্শ অবিহনে আইআইটি কৰ্তৃপক্ষই লৈ যায় ছাত্ৰীগৰাকীক৷





    আৰু পঢ়িব পাৰিব : অসম-নাগালেণ্ড সীমান্তত মাৰণাস্ত্ৰসহ আটক দুই যুৱক





    চিকিৎসকৰ মতে যৌন নিৰ্যাতনৰ বলি হৈছিল ছাত্ৰীগৰাকী৷ বিষয়টোৰ সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই। ঘটনা সন্দৰ্ভত আমিনগাঁও থানাত ৰুজু হৈছে এটা গোচৰ।