comScore
  • এইবাৰ মন্ত্ৰীৰ বিৰুদ্ধে অপপ্ৰচাৰ ৱেব প’ৰ্টেলৰ, কঠোৰ আৰক্ষী

    আঞ্চলিক
    এইবাৰ মন্ত্ৰীৰ বিৰুদ্ধে অপপ্ৰচাৰ ৱেব প’ৰ্টেলৰ, কঠোৰ আৰক্ষী

    গুৱাহাটী : ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীক লৈ অপপ্ৰচাৰ এটা ৱেব প’ৰ্টেলৰ । মান হানিকৰ বাতৰি প্ৰকাশ কৰি গ্ৰেপ্তাৰ হ’ল ৱেব প’ৰ্টেলটোৰ মুখ্য সম্পাদককে ধৰি দুজন লোক। পিতা-পুত্ৰীৰ সম্পৰ্কক বিৰ্তকিত ৰূপত উপস্হাপন কৰে এই নিউজ পৰ্টেলটোৱে।





    আৰু পঢ়িব পাৰিব : যোৰহাটত পুনৰ সাংবাদিকক আক্ৰমণ, আটক ৩ ধৃত





    মন্ত্ৰী আৰু তেওঁৰ কন্যাৰ আলোকচিত্ৰক বিতৰ্কিত আৰু অশালীন ৰূপত উপস্থাপন
    কৰাক লৈ দিশপুৰ থানাত ৰুজু গোচৰ। দিছপুৰ থানাত IPC 509,R/W sec 14/21 POCSO Act ৰ অধীনত গোচৰ নং ৬১২/২০২১ত পঞ্জীয়ন কৰা হৈছে।





    আৰু পঢ়িব পাৰিব : ড্ৰাগছ আসক্ত পুত্ৰক শিকলি লগাই বান্ধি থ’লে পিতৃয়ে





    অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙে টুইটযোগে প’ৰ্টেলটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা প্ৰকাশ কৰিছে। ঘটনা সম্পৰ্কত আন পাঁচজন লোককো আটক কৰিছে আৰক্ষীয়ে।


    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam online