আন্তঃৰাষ্ট্ৰীয়
কাছাৰ : কৰ'নাৰ ২য় পৰ্যায়ৰ সংক্ৰমণৰ পাছতো ভয় খোৱা নাই একাংশ লোকে৷ তেনে এক ভয়ানক ঘটনা সংঘটিত হৈছে কাছাৰ জিলাত৷ কাছাৰত ৩৮৫জন বিমানযাত্ৰীৰ বিৰুদ্ধে ৰুজু হৈছে ক'ভিড নিয়ম উলংঘাৰ গোচৰ।
আৰু পঢ়িব পাৰিব: দেশজুৰি অব্যাহত আছে কৰ’নাৰ কালৰূপ
কুম্ভীৰগ্ৰাম বিমানবন্দৰত যাত্ৰীয়ে ক'ভিড টেষ্ট নকৰাকৈয়ে পলায়ন কৰিছে৷ উপায়ুক্তৰ নিৰ্দেশৰ প্ৰথম দিনাই নীতি ভংগ কৰিলে বিমান যাত্ৰীয়ে৷
আৰু পঢ়িব পাৰিব: কালান্তক কৰ’না : ৰাজ্যত আক্ৰান্ত হৈছে ১,৯৩১ জনকৈ লোক
মুঠ ৬৯০ জন যাত্ৰীৰ ৩৮৫ জনে নকৰিলে ক'ভিড টেষ্ট৷ ক'ভিড টেষ্ট নকৰি বিমানবন্দৰৰ পৰা পলায়ন ৩৮৫ যাত্ৰীৰ৷ যাত্ৰীসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা লোৱাৰ নিৰ্দেশ উপায়ুক্তৰ৷
Leave A Comment