• কাৰাৰুদ্ধ অখিল গগৈ ‘ৰাইজৰ দল’ৰ সভাপতি : ৯০ জনীয়া কাৰ্যনিৰ্বাহক সমিতি গঠন...

    আঞ্চলিক
    কাৰাৰুদ্ধ অখিল গগৈ ‘ৰাইজৰ দল’ৰ সভাপতি : ৯০ জনীয়া কাৰ্যনিৰ্বাহক সমিতি গঠন...

    শিৱসাগৰ : মৰাণৰ আহোম গাঁৱত উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে৷ আজি উলিওৱা হয় নতুন ৰাজনৈতিক দল ‘ৰাইজৰ দল’ৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা৷ নিশাই গঠন কৰা হ’ল 'ৰাইজৰ দল’ৰ কাৰ্যনিৰ্বাহক সমিতি৷ গঠন কৰা হৈছে প্ৰায় ৯০ জনীয়া কাৰ্যনিৰ্বাহক সমিতি৷ কাৰাৰুদ্ধ অখিল গগৈ ‘ৰাইজৰ দল’ৰ সভাপতি৷





    আৰু পঢ়িব পাৰিব : দেশদ্ৰোহ! বান্দ্ৰা আৰক্ষীৰ সন্মুখত ভগ্নীসহ হাজিৰ কংগনা





    ৯০ জনীয়া কাৰ্যনিৰ্বাহক সমিতি





    ইপিনে মৰাণৰ নৰাণি পথাৰত উপস্থিত হৈছেহি অখিল গগৈৰ মাতৃ আৰু জ্যেষ্ঠ ভগ্নী৷ নৱগঠিত ৰানৈতিক দলটোৰ মুখ্য উপদেষ্টা ডঃ হীৰেণ গোহাঁই, উপদেষ্টা উদায়দিত্য ভৰালী, ডঃ সীতানাথ লহকৰ, ইন্দ্ৰানী দত্ত, ডঃ ঘনশ্যাম নাথ, হাফিজ বচিৰ চৌধুৰী, সভাপতি অখিল গগৈ, কাৰ্যকৰী সভাপতি ভাস্ক' ডি শইকীয়া, কবিন্দ্ৰ চেতিয়া ফুকন, জিতুল ডেকা, উপ সভাপতি সুমিত্রা হাজৰিকা, মোহিনী মোহন লিগিৰা, কমল কুমাৰ মেধি, ৰাছেল হুছেইন, দীপক শইকীয়া, ৰঞ্জিত তামুলী, ডাক্তৰ হাৰিকান্ত দাস, চৰণ ডেকা, দিলীপ বৰা, বেদান্ত লস্কৰ, হৰেশ্বৰ বৰ্মন, ফণী টায়েঙ( পূৰ্বৰ বিধায়ক), অনিল বড়ো, ভবেন বৰুৱা( পূৰ্বৰ বিধায়ক, চাবুৱা), টংকেশ্বৰ মৰাণ, সিদ্ধাৰ্থ বৰুৱা, পুলিন ভট্টাচাৰ্য, সাধাৰণ সম্পাদক মহেন্দ্ৰ দিহিঙীয়া, হুছেইন মহম্মদ চাহজাহান, ৰুবুল দাস, গিৰি শংকৰ গোস্বামী, অংকুৰ শইকীয়া, আলোক নাথ, লোহিত গগৈ, দিৱস ফুকন, জাহিৰুদ্দিন লস্কৰ( বৰাক), সম্পাদক দীপাংকৰ কলিতা, জেৰিফা ৱাহিদ, প্ৰবীণ দাস, দীপক তাঁতী, ভবেন সন্দিকৈ, দধিচাৰ ফাংচু ( আমৰি কাৰ্বি ছাত্ৰ সন্থা), ৰত্নেশ্বৰ দেউৰী ( তিৱা ছাত্ৰ সন্থাৰ পৰা), নৱদীপ বৰা, সম্বিত শৰ্মা, ধ্ৰুৱজ্যোতি ফুকন, অনুপ জ্যোতি শইকীয়া, অনুপম বৰুৱা( LDP), কৃষ্ণা শৰ্মা, দিগন্ত চাংমাই, আজমল হুছেইন, আশ্ৰাফুল ইছলাম, আব্দুল ৱাহব (বৰাক), দিলোৱাৰা চৌধুৰী,





    আৰু পঢ়িব পাৰিব : ‘কা’বিৰোধৰ বাবে নহয়, মাওবাদীৰে সম্পৰ্কৰ বাবেহে অখিলক গ্ৰেপ্তাৰ : হিমন্ত





    সহঃ সম্পাদক আনিচুৰ ৰহমান, ৰুবুল বুঢ়াগোহাঁই, পদ্মকান্ত দাস, জয়ন্ত কুমাৰ দাস, চাহজাহান আলী, দাদুল আলী, প্ৰদীপ বৰুৱা, চিফুজ্বল বসুমতাৰী, যুগল জ্যোতি গগৈ, চেৰাম হৰজিত সিং (কাছাৰ), দিলীপ কুমাৰ শৰ্মা, আৰিফ মজুমদাৰ, সাংগঠিনক সম্পাদক হেমন্ত সূত, মণিৰুজ জামান, ৰবি শইকীয়া চুতীয়া, পার্থ সাৰথি শইকীয়া, চিত্ৰ গগৈ, আমজাদ আলী সিকদাৰ, হীৰেন ফুকন, চক্ৰধৰ ডেকা, ৰঞ্জিত দত্ত, মমি চৌধুৰী, ললিত চেতিয়া, এম এ হাজৰিকা, মুখপাত্ৰ জ্ঞানশ্ৰী বৰা৷





    আৰু পঢ়িব পাৰিব : আজি কৃষক-কেন্দ্ৰৰ অষ্টমলানি আলোচনা, চৰকাৰ আশাবাদী





    বিত্ত সমিতিৰ সভাপতি ডঃ ঘনশ্যাম নাথ তথ্য আৰু প্ৰচাৰ সম্পাদক দেবাংগ সৌৰভ গগৈ, মোজামিল হক, কাৰ্যালয় সম্পাদক চিন্ময় বৰা, কাৰ্যনিৰ্বাহক প্ৰভাত বৈষ্ণৱ (প্ৰতিখন জিলাৰ পৰা এজনকৈ থাকিব)