আন্তঃৰাষ্ট্ৰীয়
মাণিকপুৰঃ ৰঙালী আনন্দৰ মাজতে কোকিলাৰ কীৰ্তনপাৰা বজাৰৰ নীলু আৰ্যৰ গেলামালৰ দোকানত নিশা সংঘটিত হয় চুৰিকাণ্ড। চুৰিকাৰ্যত জড়িত থকা মিয়া চানে(দুল্লু)কীৰ্তনপাৰা ২য় খণ্ডৰ পলায়ন কৰে।
আৰু পঢ়িব পাৰিব: ক’ভিডে কাঢ়ি নিলে আন এগৰাকী তাৰকাক, শোকস্তব্ধ দেশ
জহিৰুল ইছলামক(৭নং বাশবাৰী) বজাৰৰ পহৰীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আন্ধাৰ সুযোগতে পলায়ন কৰে আন আন চোৰকেইজনেও। কীৰ্তনপাৰা বজাৰত পূৰ্বে কেইবাবাৰো চুৰিকাণ্ড সংঘটিত হৈছিল।
আৰু পঢ়িব পাৰিব: বৰপেটাতো কৰ’নাৰ বিভীষিকা! মৃত্যু এজনৰ
বজাৰৰ পোহৰাদাৰীসকলে চোৰটোক ধৰিবলৈ সক্ষম হয়। একাংশ ব্যৱসায়ীয়ে চোৰটোক উত্তম-মধ্যম সোধায়। পাছত পুৱা আৰক্ষীক সমজাই দিয়ে।
Leave A Comment