comScore
  • কৰ'নাৰ সংক্ৰমণ অব্যাহত: বিগত ২৪ ঘণ্টাত আক্ৰান্ত হয় ২,১৬৯ জন

    আঞ্চলিক
    কৰ'নাৰ সংক্ৰমণ অব্যাহত:  বিগত ২৪ ঘণ্টাত আক্ৰান্ত হয় ২,১৬৯ জন

    গুৱাহাটী : ৰাজ্যত কৰ’নাৰ ভয়ংকৰ সংক্ৰমণ অব্যাহত৷ গুৱাহাটীত পুনৰ উদ্বেগজনকভাৱে কৰ'নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ কালিৰ দিনটোত গুৱাহাটীত আক্ৰান্ত ২৫৮ জন৷ ৰাজ্যত বিগত ২৪ ঘণ্টাত আক্ৰান্ত হয় ২,১৬৯ জন৷ অসমত মঙলবাৰৰ দিনটোত মৃত্যু হয় ২৩ জনৰ৷





    কালিৰ দিনটোত আক্ৰান্তৰ হাৰ আছিল ১.৭৪ শতাংশ৷ কালিৰ দিনটোত ১,২৪,৩৮১জন লোকক ক'ভিড টেষ্ট কৰা হয়৷ বৰ্তমানেও ৰাজ্যত চিকিৎসাধীন হৈ আছে ২০,২৮৪জন৷ আনহাতে কালি আৰোগ্য লাভ কৰিছে ১,৪৫৬জনে৷ ৰাজ্যত আৰোগ্যৰ হাৰ ৯৫.৭শতাংশ৷





    জিলা অনুযায়ী আক্ৰান্তৰ সংখ্যা এনেধৰণৰ গোলাঘাটত আক্ৰান্ত হয় ২৩২জন, লখিমপুৰত আক্ৰান্ত হয় ১৩৮ জন, শোণিতপুৰত ১১৬জন, নগাঁৱত ১১০ জন আক্ৰান্ত, কামৰূপ (গ্ৰা)ত কালি আক্ৰান্ত ১০১ জন লোক, ডিব্ৰুগড়ত ৯৪জন, শিৱসাগৰত ৮৪ জন লোক আক্ৰান্ত হয়৷


    indojawa88slot thailandsabung ayam onlinesv388Link Agen Sabung Ayam Onlinesv388sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamagen sabung ayam