Automobiles
The Jimny has a 1.5-litre petrol engine and may be purchased through a subscription plan for an all-inclusive monthly charge starting at 33,550.
বৰপেটাঃ অধিক শক্তি-সামৰ্থৰে ক'ভিডৰ বিৰুদ্ধে যুঁজিবলৈ সাজু বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষ। ক'ভিড পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰাৰ সময়তে চিকিৎসালয়খনৰ আন্ত:গাঁথনিত এক নতুন সংযোজনৰ ব্যৱস্থা কৰা হৈছে। চিকিৎসালয়খনত নতুনকৈ সংযোজন কৰা হৈছে ৩২খন বিচনাযুক্ত ক'ভিড আইচিইউ।
আৰু পঢ়িব পাৰিব : ক’ভিডত মৃত্যু হোৱা হিন্দু ব্যক্তিৰ অন্ত্যেষ্টিক্ৰিয়া কৰাত সহায় মুছলমান যুৱকৰ
চিকিৎসালয়খনৰ তৃতীয় মহলাত স্থাপন কৰা হৈছে ভেণ্টিলেটৰ সুবিধাযুক্ত আইচিইউ। ইয়াৰোপৰি চিকিৎসালয়খনত পূৰ্বৰে পৰা কাৰ্যক্ষম হৈ আছে ১৫খন বিচনাযুক্ত আন এটি ক'ভিড আইচিইউ ৱাৰ্ড। অৱশ্যে কাৰিকৰী কাৰণত আগন্তুক এসপ্তাহ পৰ্যন্ত বন্ধ থাকিব পুৰণি আইচিইউ ৱাৰ্ডটো।
Leave A Comment