• গুৰুত্বপূৰ্ণ ৰায়দান : শিশু বলাৎকাৰী, হত্যাকাৰীক মৃত্যুদণ্ড

    আঞ্চলিক
    গুৰুত্বপূৰ্ণ ৰায়দান : শিশু বলাৎকাৰী, হত্যাকাৰীক মৃত্যুদণ্ড

    হোজাই : বুধবাৰে হোজাই জিলা অতিৰিক্ত সত্ৰ ন্যায়ধীশ আদালতে এটা গুৰুত্বপূৰ্ণ ৰায়দান কৰি চন্দন হৰিজন নামৰ এজন যুৱকক ফাঁচিৰ নিৰ্দেশ দিয়ে। ভাৰতীয় দণ্ডবিধি ধাৰাৰ ৩৭৬(ক) , ৩০১, প’কছ’ আইনৰ অধীনত দোষী সাব্যস্ত কৰা হয় শিশু বলৎকাৰী আৰু হত্যাকাৰী চন্দন ওৰফে বিক্ৰম হৰিজনক।





    আৰু পঢ়িব পাৰিব : ‘মাতা সীতাৰ নেপাল, ৰাৱণৰ লংকাত পেট্ৰ’লৰ দাম কিয় কম?’





    উল্লেখ্য যে, বিক্ৰম হৰিজনে পিংকলা দেৱী নামৰ ৪বছৰ ৯ মহীয়া শিশুক বলৎকাৰ কৰি নিৰ্দয়ভাৱে ডিঙি চেপি হত্যা কৰিছিল। ২০২০ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত দিন দুপৰতে হোজাইৰ নন্দপুৰৰ দাৰিয়াবস্তিত সংঘটিত হৈছিল এই জঘন্য কাণ্ড। ২৭ ফ্ৰেব্ৰুৱাৰীত শিশুটিৰ মৃতদেহ উদ্ধাৰ হৈছিল গাঁৱৰে এখন জংঘলত।





    আৰু পঢ়িব পাৰিব : চৰকাৰৰ প্ৰতাৰণা! ৰাজ্যৰ প্ৰাথমিক শিক্ষকৰ অসহযোগ আন্দোলন





    একেখন গাঁৱৰে বিক্ৰম হৰিজনে কৰা এনে ঘৃণনীয় কাৰ্যৰ বিৰুদ্ধে শিশুটিৰ পিতৃয়ে হোজাই থানাত দাখিল কৰা ১৬৪/২০ নম্বৰৰ গোচৰৰ তদন্ত চলাই শিশু ধৰ্ষণকাৰী, হত্যাকাৰী চন্দন ওৰফে বিক্ৰম হৰিজনক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল। তাৰ পাছতে দুটা মাহৰ অন্তত আৰক্ষীয়ে আদালতত দাখিল কৰিছিল চাৰ্জশ্বিট। কিন্তু কোভিড ১৯ৰ বাবে আদালতৰ কাম-কাজ বন্ধ থকাত ২০২০ চনৰ ডিচেম্বৰ মাহত আৰম্ভ হৈছিল বিচাৰ প্ৰক্ৰিয়া। দুটা মাহৰ সময়সীমাৰ ভিতৰতে প্ৰায় ২০জন সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ অন্তত বিচাৰ প্ৰক্ৰিয়া সমাপ্ত কৰি বুধবাৰে ন্যায়াধীশ এন চেনাবায়া দেউৰীৰ আদালতে প্ৰদান কৰে এই ৰায়।


    sv388sv388sabung ayam onlinesv388agen sabung ayamscatter hitamhongkong poolslive casino onlinesabung ayam onlinelive casino onlinesabung ayam onlinesv388agen casino onlinesv388live baccarat onlineINDOJAWA88sv388INDOJAWA88INDOJAWA88sv388live casino onlinesv388live casino onlinemix parlay sbobetcasino onlinesabung ayam onlinesv388sv388live casino onlinesbobet88sv388sv388sv388live casino onlinesabung ayam onlineslot777slot gacoragen casino onlinelink slot gacorslot777casino onlinesv388judi baccarat onlineagen mix parlaysv388sv388live casino onlinesv388agen casino online