comScore
  • ঘোষণা হ’ল বহু প্ৰত্যাশিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: শীর্ষত বিশ্বনাথ

    আঞ্চলিক
    ঘোষণা হ’ল বহু প্ৰত্যাশিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: শীর্ষত বিশ্বনাথ

    গুৱাহাটী: আজি ঘোষণা হ’ল বহু প্ৰত্যাশিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷ ১১ বজাত অনলাইনযোগে ঘোষণা হয় ফলাফল৷ কেইবাটাও ৱেবছাইটত উপলব্ধ হয় ফলাফল৷ ৯৯.৪০ শতাংশ উত্তীৰ্ণৰে শীর্ষত বিশ্বনাথ জিলা৷ দ্বিতীয় স্থানত আছে বঙাইগাঁও জিলা৷ তৃতীয় স্থানত আছে বাকসা৷





    পৰীক্ষা অনুষ্ঠিত নোহোৱাকৈ ‘ছেবা’ই মূল্যায়ণ কৰিলে ফলাফল৷ মোবাইল এপযোগেও চাব পাৰিব ফলাফল৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ পৰীক্ষাৰ্থী ৪,২৬,৫৫৩ জন৷





    হাইমাদ্ৰাছাৰ মুঠ পৰীক্ষাৰ্থী ১২,২৭৫ জন৷ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব মাৰ্কশ্বীট৷ এইবৰ্ষত মুঠ উত্তীৰ্ণ হাৰ ৯৩.১০ শতাংশ৷





    • পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৯৩.১০ শতাংশ
    • অৱতীৰ্ণ হৈছিল মুঠ ৪,২৬,৫৫৩ জন পৰীক্ষাৰ্থী
    • প্ৰথম বিভাগত উত্তীৰ্ণ ৮৮,৫২১ জন
    • দ্বিতীয় বিভাগত উত্তীৰ্ণ ১,৬০,২৯৮ জন
    • তৃতীয় বিভাগত উত্তীৰ্ণ ১,৪৮,৩১৩ জন পৰীক্ষাৰ্থী
    • উত্তীৰ্ণ হৈছে মুঠ ৩,৯৭,১৩২ জন পৰীক্ষাৰ্থী





    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam online