• ছ’চিয়েল মিডিয়াত সক্ৰিয় হানি ট্ৰেপিং চক্ৰ : বলি মহানগৰীৰ বহু লোক

    আঞ্চলিক
    ছ’চিয়েল মিডিয়াত সক্ৰিয় হানি ট্ৰেপিং চক্ৰ : বলি মহানগৰীৰ বহু লোক

    গুৱাহাটী : মহানগৰীত পুনৰ হানি ট্ৰেপিঙৰ ঘটনা সংঘটিত হৈছে৷ ছ’চিয়েল মিডিয়াত সক্ৰিয় হানি ট্ৰেপিং চক্ৰ৷ হানি ট্ৰেপিং চক্ৰৰ বলি হৈছে মহানগৰীৰ বহু ব্যক্তি৷ তথ্য অনুসৰি, প্ৰথমে অচিনাক্ত যুৱতীৰ ভিডিঅ’ কল৷ তাৰ পাছতে অশ্লীল ভিডিঅ’ আৰু ফোনযোগে ব্লেকমেইলিং৷ শেহতীয়াকৈ বলি হৈছে বামুণীমৈদামৰ ধ্ৰুৱজ্যোতি কলিতা নামৰ এজন লোক৷ ইতিমধ্যে চানমাৰি থানাত এই সন্দৰ্ভত ৰুজু কৰিছে গোচৰ৷






    ইয়াৰ পূৰ্বেও মহানগৰীত সংঘটিত হৈছিল হানি ট্ৰেপিঙৰ ঘটনা৷ চিকাৰ হৈছিল বহু লোক৷ এই সন্দৰ্ভত মহানগৰীৰ আৰক্ষীয়ে গ্ৰহণ কৰিছে পদক্ষেপ৷ আৰু তদন্ত অব্যাহত ৰাখিছে৷ পৰৱৰ্তী পৰ্যায়ত হানি ট্ৰেপিঙৰ লগত জড়িত নতুন নতুন তথ্য উদঘাটন হ'ব বুলি আশা কৰা হৈছে৷


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjong