• টিউটৰিয়েল হিচাপে নিযুক্তি পোৱা শিক্ষকৰ আত্মহত্যা...

    আঞ্চলিক
    টিউটৰিয়েল হিচাপে নিযুক্তি পোৱা শিক্ষকৰ আত্মহত্যা...

    বকো : বকোৰ নোৱাপাৰাত এজন শিক্ষকৰ চাঞ্চল্যকৰ আত্মহনন। নিজ গৃহৰ চৌহদৰ গছত চীপ লৈ আত্মহত্যা হীৰেন কলিতা (৫২)ৰ। টিউটৰিয়েল শিক্ষক হিচাপে নিযুক্তি পোৱা পাছতে লয় চৰম সিদ্ধান্ত।





    আৰু পঢ়িব পাৰিব : ভাষণৰত অৱস্থাতে মঞ্চতে ঢলি পৰিল মুখ্যমন্ত্ৰী !






    ৫ ফেব্ৰুৱাৰীৰ পৰা শিক্ষকজনে ভুগি আছিল মানসিক হতাশাত। ১৫ বছৰে বিনা বেতনে শিক্ষকতা কৰিছিল এখন এম ই স্কুলত। বিজ্ঞানৰ শিক্ষক হিচাপে শিক্ষাদান কৰিছিল কন্দলপাৰাৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ এম ই স্কুলত।





    আৰু পঢ়িব পাৰিব : আকৌ অসমলৈ মোদী-শ্বাহ : ক’ত, কেনেকৈ প্ৰস্তুতি ?






    ৫ ফেব্ৰুৱাৰীত শিক্ষা বিভাগে নিযুক্তি দিয়ে এলপি স্কুল এখনত। বাহঁজানী-কন্দলপাৰা নিযুক্তি দিয়া হৈছিল হীৰেন কলিতাক। তাৰ পাছতে চৰম হতাশাত ভুগিছিল শিক্ষকজনে।