comScore
  • ডিব্ৰুগড়ৰ ইভিএম ৰখা কোঠাত আৰ্বিভাৱ অদৃশ্য মানৱৰ !

    আঞ্চলিক
    ডিব্ৰুগড়ৰ ইভিএম ৰখা কোঠাত আৰ্বিভাৱ অদৃশ্য মানৱৰ !

    ডিব্ৰুগড় : ৰাজ্যত নিৰ্বাচনী বতাহ চলি থকাৰ মাজতে ডিব্ৰুগড়ৰ ইভিএম ৰখা কোঠাত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা। ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত থকা ষ্ট্ৰং ৰোমৰ ভিতৰত চি চি টিভি কেমেৰাৰ মনিটৰত নিশাৰ ভাগত কোনো ব্যক্তি প্ৰৱেশ কৰাৰ অভিযোগ কংগ্ৰেছৰ।





    আৰু পঢ়িব পাৰিব : হ্ৰাস হ’ল এলপিজি চিলিণ্ডাৰৰ মূল্য ! আজিৰে নতুন নিৰিখ





    লাহোৱাল সমষ্টিৰ ইভিএম ৰখা কোঠাৰ কেমেৰাত কোনো ব্যক্তি প্ৰৱেশ কৰাৰ দৃশ্য বন্দী হোৱা বুলি অভিযোগ কংগ্ৰেছৰ। লাহোৱাল কংগ্ৰেছে ইতিমধ্যে নিৰ্বাচনী বিষয়াৰ ওচৰত দাখিল কৰিছে অভিযোগ।যোৱা ২৭ মাৰ্চত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া শেষ হোৱাৰ পাছত ডিব্ৰুগড়ৰ জিলাৰ বাবে প্ৰতিটো নিৰ্বাচনৰ দৰে এইবাৰো চৰকাৰী লৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰিছিল।





    আৰু পঢ়িব পাৰিব : বন্ধুৰ দম্পতীয়ে হত্যা কৰি ওলমাই থলে মৃতদেহ : আত্মসমৰ্পণ হত্যাকাৰীৰ





    ইফালে অভিযোগ লাভৰ লগে লগেই ষ্ট্ৰং ৰুমত উপস্থিত হয় জিলা মুখ্য নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা। সংবাদ মাধ্যমৰ আগত ষ্ট্ৰং ৰুমত তিনি তৰপীয়া সুৰক্ষা ব্যৱস্থা থকাৰ লগতে ৬ নং কেমেৰাটো সংস্থাপিত কোঠাটো EVM নহয়, অনান্য নথিপত্ৰ ৰখা 'ষ্টৰ ৰুম' বুলি উল্লেখ কৰে। তেওঁ সংবাদ মাধ্যমৰ আগত তন্নকৈ তন্নকৈ সমগ্ৰ দৃশ্যসমূহ প্ৰত্যক্ষ কৰাৰ লগতে এনে অভিযোগৰ কোনো ভিত্তি নাই বুলি মন্তব্য কৰে।


    indojawa88slot thailandsabung ayam onlinesv388Link Agen Sabung Ayam Onlinesv388sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamagen sabung ayam