Regional
Meanwhile, the police recovered the dumper truck (AS01NC4919) from the spot. However, the driver fled after the accident.
যোৰহাট: নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে আৰক্ষীৰ অভিযান। ড্ৰাগছৰ বেহাত এইবাৰ আটক কৰা হৈছে ডেলিভাৰী বয়৷ গুৱাহাটীৰ পাছত এইবাৰ যোৰহাটত ড্ৰাগছৰ বেহাত জড়িতৰ সন্দেহ প্ৰকাশ কৰি আটক ডেলিভাৰী বয়৷
আটক কৰা জ’মেটোৰ ডেলিভাৰী বয় অৰিন্দম দাসৰ সৈতে ড্ৰাগছসহ আৰু দুজনক আটক কৰিছে আৰক্ষীয়ে৷ আৰক্ষীৰ জালত পৰিছে ৰাজু চাহু, বিকি চৌধুৰী৷ ৰজামৈদাম নিউ ক’লনীত সচেতন ৰাইজে ধৰি আৰক্ষীক গটাই দিয়ে। ধৃত তিনিওজনৰেপৰা এখন স্কুটী জব্দ কৰা হৈছে।
Leave A Comment